Breaking

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থা ডিৰাক- চুমণিৰ ন-দিহিং নৈৰ বান্ধ পৰিদৰ্শন

0 124

ডিৰাক সীমান্ত

দেওবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ধলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা ন দিহিং নদীৰ ডিৰাক -চুমণি মথাউৰিৰ সংকটপূৰ্ণ হৈ থকা চাৰিটা অংশৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ বান নিয়ন্ত্ৰন বিভাগে প্ৰায় চাৰি কোটি বিৰাশি লাখ টকাৰে চলাই থকা জিঅ’ বেগৰ কামৰ অগ্ৰগতিৰ বুজ লয় সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই। কাম চলি থকা অঞ্চলকেইটা পৰিদৰ্শন কৰি বাৰিষাৰ আগে আগে মেৰামতিৰ কাম শেষ কৰিবলৈ আৰু কিমান শতাংশ কাম সম্পূৰ্ণ হ’ল টকাৰ পৰিমাণসহ ৰাজহুৱা কৰিবলৈ দাবী জনায়৷

Leave A Reply

Your email address will not be published.