Breaking

সমাজবাদী পাৰ্টীৰ নেতা আজম খানক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড…

0 45

সমাজবাদী পাৰ্টীৰ নেতা আজম খানক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড। ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰ গোচৰত পৰিয়ালসহ দোষী সাব্যস্ত আজম খানক।

২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আজম খানৰ পুত্ৰ আব্দুল্লা আজমে।

এই সন্দৰ্ভত ৰুজু হৈছিল গোচৰ। গোচৰৰ ভিত্তিতেই আজম খান, পত্নী তঞ্জিন ফাতিমা আৰু পুত্ৰ আব্দুল্লা আজমক দোষী সাব্যস্ত কৰে আদালতে।

Leave A Reply

Your email address will not be published.