Breaking

কাৰ্বি আংলঙৰ লাংৱকু জলপ্ৰপাতত সন্ধানহীন ডিমাপুৰৰ আওখিলবস্তিৰ ছাৰ্প আও…

0 16

কাৰ্বি আংলঙৰ লাংৱকু জলপ্ৰপাতত সন্ধানহীন যুৱক। সন্ধানহীন যুৱকজন ডিমাপুৰৰ আওখিলবস্তিৰ ছাৰ্প আও।

দেওবাৰে দুই বন্ধুৰ সৈতে জলপ্ৰপাতলৈ গৈছিল যুৱকজন। জলপ্ৰপাতত গা ধুই থকাৰ সময়তে সন্ধানহীন হয় যুৱকজন।

অন্ধকাৰৰ বাবে দেওবাৰ চলা নাছিল উদ্ধাৰ অভিযান। আজি যুৱকজনক বিচাৰি সন্ধানত নামিব SDRF।

Leave A Reply

Your email address will not be published.