Breaking

আজি বিয়লি ৩ বজাত গুৱাহাটী টাউন ক্লাবত নতুন গ্ৰন্থ উন্মোচন কৰা হ’ব সত্য ৰঞ্জন বৰাৰ ! ইচলামিক ধৰ্মগুৰু মুস্তাফা কামাল আজহাৰীক কুটুম্ব সুৰক্ষা পৰিষদৰ ২০২৪ বৰ্ষৰ ‘সমন্বয় সেতুবন্ধন বঁটা’ প্ৰদান…

0 14

আজি বিয়লি ৩ বজাত গুৱাহাটীৰ কাছাৰীস্থিত গুৱাহাটী টাউন ক্লাবত নতুন গ্ৰন্থ উন্মোচন কৰা হ’ব সত্য ৰঞ্জন বৰাৰ। লগতে, ইচলামিক ধৰ্মগুৰু সমাজ সংস্কাৰক মুস্তাফা কামাল আজহাৰীক কুটুম্ব সুৰক্ষা পৰিষদৰ ২০২৪ বৰ্ষৰ

‘সমন্বয় সেতুবন্ধন বঁটা’ প্ৰদান কৰা হ’ব। মূখ্য অতিথি: অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা; বিশিষ্ট অতিথি জন্মদাতা পিতৃ-মাতৃ সত্য ৰঞ্জন বৰাৰ ।

সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতা পৰম আন্তৰিকতাৰে কামনা কৰিছে সত্য ৰঞ্জন বৰাই ।

Leave A Reply

Your email address will not be published.