চাবুৱাৰ নিকটৱৰ্তী পুলুঙা গাঁৱত কালি “সত্যবাহু হৰি পালন, শনিৰ দৰ্প চুৰ্ণ ” ভাওনা মঞ্চস্থ তথা প্ৰদৰ্শিত হয়। পুলুঙাৰ ত্ৰিনয়ন জ্যোতি সংঘৰ প্ৰেক্ষাগৃহত দেৱেশ্বৰ গোহাঁইৰ ( বৰদোমছা) দ্বাৰা পৰিচালিত উক্ত ভাওনা নাটখনি মায়ামৰা ধৰ্মীয় সাংস্কৃতিক পৰম্পৰাৰে বৰধেমালি গায়ন-বায়নেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ প্ৰাক মুহূৰ্তত ভাওনাৰ লগত সংগতি ৰাখি ৰঞ্জন শইকীয়া আৰু বিভৱ বড়াৰ যুটীয়া সম্পাদনাত ‘ মিলন হেতু’ নামৰ এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। গ্ৰন্থখনি উন্মোচন কৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই। উল্লেখ্য যে ২১ জানুৱাৰীৰ পৰা উক্ত ভাওনাখনৰ আখৰা আৰম্ভ হৈছিল।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়