Breaking

প্ৰচণ্ড গৰমঃ গৰমৰ বাবেই বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি…

0 79

বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ!

যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি।

প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ।

মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১-০০ বজালৈ।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১-৩০ বজালৈ।

জুনৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।

অত্যধিক গৰমৰ বাবে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে জাৰি কৰিলে নিৰ্দেশনা।

Leave A Reply