বিজ্ঞান-প্ৰযুক্তি

আহি গ’ল ডনাল্ড ট্ৰাম্পৰ ‘ট্ৰুথ ছ’চিয়েল’ ছ’চিয়েল মিডিয়া এপ!

আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে এক বিশেষ খবৰ ! ডনাল্ড ট্ৰাম্পৰ নতুন মিডিয়া কোম্পানীৰ ছ'চিয়েল মিডিয়া এতিয়া আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে উপলব্ধ।অনাগত দিনত...

হাপানী আৰু মেদ বহুলতাৰ চিকিৎসাত নলবাৰীৰ চিকিৎসকৰ বিৰল কৃতিত্ব

৫,ফেব্ৰুৱাৰী,  হাপানী ৰোগৰ নিদানমূলক ব্যৱস্থাপনাত 'শ্বাসহৰ মহাকাসায়'ৰ প্ৰায়োগিক অধ্যয়নৰে চিকিৎসা বিজ্ঞানত এক নতুন আশাৰ সঞ্চাৰ কৰিছে নলবাৰীৰ যুৱ চিকিৎসক ডাঃ নিতেন বৰ্মনে। গুৱাহাটীৰ চৰকাৰী...

চন্দ্ৰত খুন্দা মাৰিব এখন বিশেষ ৰকেটে! কি হ’ব পৃথিৱীৰ?

এখন বিশেষ ৰকেটে চন্দ্ৰত খুন্দা মাৰিব! কি হ’ব পৃথিবীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী স্পেচএক্সৰ এখন ৰকেট সোনকালেই চন্দ্ৰত খুন্দা মাৰিবলৈ সাজু হৈছে। এই...

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,তামুলপুৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, তামুলপুৰ খণ্ডৰ  বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা খন শণিবাৰে ৰামেচুবুৰী হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত  হৈ যায় ৷ শণিবাৰে পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়...

ডিজিটেল অসমঃ ইণ্টাৰনেট গেটৱে’ হ’ব গুৱাহাটী

তথ্য–প্রযুক্তিৰ অভাৱনীয় উত্তৰণ আৰু বিকাশে আজিৰ মানুহক পৃথিৱীখন থাউকতে হাতৰ মুঠিতে পোৱাৰ সুবিধা কৰি দিছে৷ ম’বাইল, ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া প্লেটফর্মত এতিয়া অভ্যস্ত সমগ্র পৃথিৱী৷...

Popular