বিজ্ঞান-প্ৰযুক্তি

India to set Space Station: ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ৩ টাকৈ ছুপাৰ কম্পিউটাৰ। ২০৩৫ চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে।(India to set Space Station)

NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী

এক বিৰল মহাজাতগিক পৰিঘটনা সংঘটিত হ’ব মহাকাশত৷ প্ৰায় ৭২০ ফুট ব্যাসৰ এটা গ্ৰহাণুৱে পৃথিৱীৰ পৰা ৯৯৭,৭৯৩ কিলোমিটাৰ দূৰত্বৰে পাৰহৈ যাব৷ বিজ্ঞানীসকলে অনুমাণ কৰা অনুসৰি গ্ৰহাণুটোৰ গতিবেগ ঘণ্টাত ৪০,২৩৩ কিলোমিটাৰ ৷ (Asteroid, twice the size of a cricket ground, to safely pass earth)

Sunita Williams : সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ

সুনীতা আৰু বুচ উইলমৰে কেপচুলত ৫ জুনত মহাকাশ আস্থানৰ বাবে ৰাওনা হৈছিল। কিন্তু নানান কাৰণত তেওঁলোক মহাকাশ আস্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। (Sunita Williams)

India Singapore agreements: ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীঃ স্বাক্ষৰ কৰিলে কেইবাখনো বুজাবুজি চুক্তিত

ভাৰতে অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰীত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক বৃদ্ধি কৰি আহিছে । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়চোৱাত ডিজিটেল প্ৰযুক্তি, অৰ্ধপৰিবাহী, স্বাস্থ্য আৰু শিক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ছিংগাপুৰৰ মাজত হোৱা বুজাবুজিৰ চাৰিখন গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন হয়(India Singapore agreements)।

IIT গুৱাহাটীৰ গৱেষকৰ বিশেষ সাফল্য…

IIT গুৱাহাটীৰ গৱেষকৰ বিশেষ সাফল্য। মাইক্ৰ’ফ্লুইডিক্স ব্যৱহাৰ কৰি শস্যৰ উৎপাদন বৃদ্ধিৰ সফল সম্পৰীক্ষণ। হাইড্ৰ’পনিক আৰু মাটিবিহীন কৃষি উৎপাদনত অধিক সহায়ক হ'ব মাইক্ৰ’ফ্লুইডিক্স। IIT গুৱাহাটীৰ মেকানিকেল...

Popular