Breaking

বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক বিচাৰি ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত SDRF ৰ অভিযান…

0 67

বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক বিচাৰি ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত SDRF ৰ অভিযান।

পুৱাৰে পৰা আৰম্ভ হৈছে অভিযান। ধুবুৰীৰ পৰা আৰম্ভ হৈ ভাৰত বাংলাদেশ সীমান্ত লৈ চলিছে অভিযান। সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বিশিষ্ট সংগীত পৰিচালক গৰাকী।

Leave A Reply

Your email address will not be published.