Breaking

আদানীৰ শ্বেয়াৰ মাৰ্কেট কেলেংকাৰিৰে SEBI জড়িতৰ অভিযোগ! হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য…

0 27

আদানীৰ শ্বেয়াৰমাৰ্কেট কেলেংকাৰিত জড়িত SEBIৰ অধ্যক্ষ। হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ মহা বিস্ফোৰণ। SEBIৰ অধ্যক্ষ মাধৱী পুৰীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ।

আনহাতে হিণ্ডেনবাৰ্গে অনা এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ SEBIৰ অধ্যক্ষৰ। অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ SEBIৰ অধ্যক্ষ মাধৱী পুৰীৰ। এই অভিযোগক চৰিত্ৰহননৰ ষড়যন্ত্ৰ আখ্যা SEBIৰ অধ্যক্ষগৰাকীৰ। শনিবাৰে হিণ্ডেনবাৰ্গে আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগ আনিছিল SEBIৰ অধ্যক্ষৰ বিৰুদ্ধে। হিণ্ডেনবাৰ্গৰ এই অভিযোগৰ পাছতে SEBIৰ অধ্যক্ষগৰাকীৰ প্ৰতিক্ৰিয়া।

Leave A Reply

Your email address will not be published.