Breaking

নতুন দিল্লীত জাৰি ১৪৪ ধাৰা ! ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা…

0 98

নতুন দিল্লীত জাৰি ১৪৪ ধাৰা। ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা।

ড্ৰোন উৰণত নিষেধাজ্ঞা দিল্লী প্ৰশাসনৰ। G20 বৈঠকৰ বাবে জাৰি কৰা হ’ল এই নিৰ্দেশনা।

দুদিনৰ বাবে বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান।

Leave A Reply

Your email address will not be published.