Breaking

অসম চৰকাৰৰ এক ধ্বজাবাহী আঁচনি হৈছে স্বনিৰ্ভৰ নাৰী৷

0 18

অসম চৰকাৰৰ এক ধ্বজাবাহী আঁচনি হৈছে স্বনিৰ্ভৰ নাৰী৷

নাৰী সবলীকৰণৰ বাবে এই আঁচনিয়ে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা বিভিন্ন উন্নয়নী যাত্ৰা অব্যাহত ৰাখিছে৷

এই আঁচনিৰ অধীনত হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আজিৰ পৰা আৰম্ভ হৈছে৷

Leave A Reply