Breaking

গাল আৰু চকুত মেকআপ, নাকত বেণ্ডেজ লৈ চেল্ফী বিৰাট কোহলীৰ…

0 53

বিৰাট কোহলীঃ কিছুদিন পূৰ্বে বিৰাট কোহলিয়ে ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰিছিল। সেই ছবিখনত বিৰাট কোহলীৰ চকু আৰু নাকত গভীৰ আঘাত দেখা গৈছিল। নাকত বেণ্ডেজ এটাও মাৰি থোৱা আছিল। বিশেষ কথাটো হ’ল বিৰাট কোহলীয়ে নিজেই এই ছবিখন শ্বেয়াৰ কৰিছিল। ছবিখন শ্বেয়াৰ কৰাৰ পিছত বিৰাট কোহলীৰ অনুৰাগীৰ মাজত উত্তেজনা। সকলোৱে জানিব বিচাৰিল কিং কোহলীৰ কি হ’ল? ইফালে এই ছবিখনো কিং কোহলীৰ ইনষ্টা একাউণ্টৰ পৰা আঁতৰাই দিয়া হয়। ইয়াৰ পিছত অনুৰাগীয়ে ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে।

আচলতে এই ছবিখনত দেখা বিৰাট আচলতে আঘাতপ্ৰাপ্ত হোৱা নাছিল। তেওঁ কোনো ধৰণৰ আঘাত পোৱা নাছিল। মুখত দেখা পোৱা ঘাঁবোৰ কেৱল মেকআপহে আছিল। বিৰাটে এই ছবিখন কেৱল পেইড পাৰ্টনাৰশ্বিপৰ বাবে পোষ্ট কৰিছিল।

Leave A Reply

Your email address will not be published.