Breaking

বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…

0 22

বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত।

আহতসকলক ততাতৈয়াকৈ GMCH লৈ প্ৰেৰণ।

Leave A Reply

Your email address will not be published.