Breaking

আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…

0 13

আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ হৈছে ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ।

মুকলি অনুষ্ঠানত উপস্থিত থাকে ভাৰতত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌ,

৫১ ছাব এৰিয়া কমাণ্ডিং জেনেৰেল অফিচাৰ মেজৰ জেনেৰেল প্ৰসন্ন সুধাকৰ যোশী।

Leave A Reply