February 11, 2022 শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ দেহাৱসান Share FacebookTwitterWhatsAppTelegramKooEmail শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মা আৰু নাই। কিছুদিন অসুস্থ হৈ আছিল শৰ্মা। দীৰ্ঘসময় ধৰি কলাক্ষেত্ৰৰ সচিবৰ দায়িত্বত আছিল তেওঁ। শৰ্মাৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ। জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। Related Articles Drunk Woman Drives Car: মাতাল যুৱতীয়ে চলাই যোৱা বাহনে ডিব্ৰুগড় চহৰত নিশা সৃষ্টি কৰিলে ত্ৰাসৰ; মহতিয়াই নিয়া তিনিজনৰ অৱস্থা সংকটজনক দৈনন্দিন বাৰ্তা - October 28, 2024 Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন দৈনন্দিন বাৰ্তা - October 27, 2024 ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ দৈনন্দিন বাৰ্তা - October 27, 2024