নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছে প্ৰবীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে৷
মঙলবাৰে সংবাদমেলত এই বৃহৎ ঘোষণা পাৱাৰে৷
এন চি পিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ কৰিছো বুলি মন্তব্য পাৱৰে।
শাৰদ পাৱাৰ এন চি পি পাৰ্টিৰ সহ-প্ৰতিষ্ঠাপক।
১৯৯৯ চনত আইএনচিৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতে কিছু পুৰণি বিবাদৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত পাৱাৰ, পি এ চাংমা আৰু তাৰিক আনোৱাৰে এন চি পি দল গঠন কৰে।