Breaking

ভাৰতৰ পৰা লণ্ডনলৈ যাত্ৰা শ্বেখ হাছিনাৰ!

0 29

ভাৰতৰ পৰা লণ্ডনলৈ যাত্ৰা শ্বেখ হাছিনাৰ! পদত্যাগৰ পিছতে দেশ এৰিছে হাছিনাই। বাংলাদেশৰ সেনাৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতত উপস্থিত হোৱাৰ পিছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই লণ্ডনলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে।

৭৬ বছৰীয়া হাছিনাই এমাহৰ তীব্ৰ আৰু মাৰাত্মক চৰকাৰ বিৰোধী প্ৰতিবাদৰ অন্তত বাংলাদেশ এৰিলে। কেইবা সপ্তাহ ধৰি পদত্যাগ কৰাৰ হেঁচা সহ্য কৰিও দেওবাৰে বিশেষভাৱে হিংসাত্মক অশান্তিৰ দিনটোৰ পিছত পলায়ন কৰে, দেওবাৰৰ প্ৰতিবাদত প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.