Breaking

নগাঁও লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল শিখা শৰ্মাৰ…

0 33

নগাঁও লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল শিখা শৰ্মাৰ।

নগাঁও জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিলে মনোনয়ন।

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল শিখা শৰ্মাৰ।

মনোনয়ন পত্ৰ দাখিল কৰি মন্তব্য শিখা শৰ্মাৰ।

প্ৰদ্যুত বৰদলৈৰ দুৰ্বল প্ৰাৰ্থী।

মই ৰাইজৰ হকে মাত মাতি জেল খাইছো।

ৰাইজে মোৰ প্ৰচাৰ চলাই আছে।

Leave A Reply

Your email address will not be published.