Breaking

দুলীয়াজান ফুটবল একাডেমীয়ে আয়োজন কৰা ফুটবল প্ৰতিযোগিতাত ১-০ গল্ডত শ্বিলং লাজং এফচি বিজয়ী…

0 89

দুলীয়াজান ফুটবল একাডেমীয়ে অনুস্থিত কৰা অইল ইণ্ডিয়া আৰু নুমলীগড় ৰিফাইনেৰীৰ সহযোগত ১৯অনুৰ্ধত ফুটবল প্ৰতিযোগিতাখনি যোৱা ১নবেম্বৰৰ পৰা ২০নবেম্বৰৰ লৈকে অনুস্থিত হয় নেহৰু ষ্টেডিয়াত আৰু ২১নবেম্বৰৰ দিনা ফাইনেল প্ৰতিযোগিতাখনি শ্বিলং আৰু চিকিমৰ মাজত অনুস্থিত হয়।

১-০গল্ডত শ্বিলং লাজং এফচিয়ে চিকিমক পৰাস্ত কৰি নগদ ১লাখ টকাৰে বিজয়ী সন্মান লবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.