Breaking

ইনষ্টাগ্ৰামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অতিক্ৰম কৰিলে শ্ৰদ্ধা কাপুৰে ! ৯১.৪ মিলিয়ন অনুৰাগী ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম ইনষ্টাগ্ৰামত…

0 14

ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম ইনষ্টাগ্ৰামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অতিক্ৰম কৰিলে শ্ৰদ্ধা কাপুৰে। ৯১.৪ মিলিয়ন অনুৰাগীৰ সৈতে তৃতীয় সৰ্বাধিক অনুগামী ভাৰতীয় হিচাপে পৰিগণিত হৈছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ।

ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আছে ৯১.৩ মিলিয়ন অনুৰাগী।

শেহতীয়াকৈ মুক্তি লাভ কৰৰা ‘ষ্ট্ৰী ২’ত অভিনয় কৰিছিল অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

Leave A Reply

Your email address will not be published.