Breaking

বেটাৰী চুৰ কৰি আৰক্ষীৰ জালত শুকুৰ আলী…

0 170

কিছু দিন আগত মৈৰাবাৰীত ৬ জনকৈ বেটাৰী আৰু কইল চুৰৰ গেঙক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। আজি পুনৰ মৈৰাবাৰীত আন এটা বেটাৰী চুৰক আৰক্ষীয়ে আটক কৰে। ধৃত চুৰটোৰ নাম শুকুৰ আলী।

ধৃত শুকুৰ আলীৰ পৰা আৰক্ষীয়ে দুটা চুৰি বেটাৰী, এটা মটৰ পাম্প আৰু কিছু বিজুলীৰ তাঁৰ উদ্ধাৰ কৰে। উল্লেখ্য যে আটক কৰা চুৰটোক মৈৰাবাৰী থানাত পূৰ্বৰ বেটাৰী চুৰৰ ২১৭/২৩ নং পঞ্জীভুক্ত গোচৰৰ ভিত্তিতে অনুসন্ধান চলাই আটক কৰা হৈছে।


Leave A Reply

Your email address will not be published.