ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ স্বাক্ষৰ অভিযান…

প্ৰদেশ কংগ্ৰেছত আকৌ বিদ্ৰোহ! সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে একত্ৰিত একাংশ বিধায়ক। ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ স্বাক্ষৰ অভিযান।

কমেও ১৮-১৯জন কংগ্ৰেছ বিধায়কৰ স্বাক্ষৰ । AICCলৈ প্ৰেৰণ কৰা হৈছে বিধায়কৰ স্বাক্ষৰিত পত্ৰ। সমগ্ৰ প্ৰক্ৰিয়াত কংগ্ৰেছৰ এজন সাংসদে নেতৃত্ব লোৱা বুলি চৰ্চা।

ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক সভাপতি পতাৰ দাবী বিদ্ৰোহী বিধায়কৰ।

Related Articles