শিলচৰৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৪৩ হাজাৰ য়াবা টেবলেট… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Oct 7, 2023 0 51 Share শিলচৰৰ দুটাকৈ স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ দুটাকৈ স্থানত পৃথকে পৃথকে অভিযান চলাই জব্দ ৪৩ হাজাৰ য়াবা টেবলেট৷ আৰক্ষীয়ে আটক কৰে ৫ ড্ৰাগছ সৰবৰাহকাৰীক৷ কাটিগড়া কালাইনৰ মাছুকউদ্দিন নামৰ লোকজনৰ ঘৰত অভিযান৷ CRIME 0 51 Share