Breaking

ছিপাঝাৰৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ₹১,০০,০০০ অনুদান আগবঢ়ায়…

0 19

ছিপাঝাৰৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী দেৱে লোকসেৱা ভৱণত

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ₹১,০০,০০০ অনুদান আগবঢ়ায়।

এই উদাৰ ভংগীমাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি অসমৰ সাহায্যত ইয়াৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে।

Leave A Reply

Your email address will not be published.