October 26, 2022 শিৱসাগৰৰ বিধায়ক অখিল গগৈ অসুস্থ হোৱাৰ বাবে নতুন দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা হয়… Share FacebookTwitterWhatsAppTelegramKooEmail নতুন দিল্লীত হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। সম্প্ৰতি অখিল গগৈৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে। Related Articles Mridul Bhuyan: মাতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা, দৰ্শকক হতাশ নকৰি মঞ্চত অভিনয় কৰি গ’ল বিশিষ্ট অভিনেতাগৰাকীয়ে দৈনন্দিন বাৰ্তা - February 27, 2025 Margherita News: শতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান, অঞ্চলজুৰি শোকৰ ছাঁ। দৈনন্দিন বাৰ্তা - February 20, 2025 Pallab Bora: জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ মৃত্যু দৈনন্দিন বাৰ্তা - February 11, 2025