Breaking

চ’ছিয়েল মিডিয়াত খলকনি ! ONGCত গাড়ী নিবিদাক লৈ যাদৱ গগৈৰ বিস্ফোৰক ফেচবুক পোষ্ট…

0 25

⭕চ’ছিয়েল মিডিয়াত খলকনি ।
⭕স্বয়ম্ভু জাতীয় সংগঠনৰ মুখা খুলিবলৈ আৰম্ভ কৰিছে সংগঠনৰে এচাম নেতাই
⭕শিৱসাগৰত সৃষ্টি হেছৈ এই খলকনিৰ
⭕ONGCত গাড়ী নিবিদাক লৈ যাদৱ গগৈৰ বিস্ফুৰক ফেচবুক পুষ্ট


⭕372খন গাড়ী নিবিদা চলি থকা মাজতে নিগমত এটা ছাত্ৰ সংগঠনৰ নেতা সকলে আজি গোপন বুজাবুজিত মিলিত হোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ নেতা গৰাকীৰ
⭕আপুনিও ভাবিবলৈ বাধ্য হব জাতীয় সংগঠনৰ সমূহৰ এই সমূহ কৰ্ম কাণ্ড


⭕এতিয়া প্ৰশ্ন হৈছে কোন সঁচা আৰু কোন মিছা
⭕অসমীয়া যুৱ মঞ্চৰ নেতা যাদৱ গগৈয়ে অভিযোগ অনা অনুসৰি ONGCৰ সৈতে গোপন বুজাবুজিত মিলিত হোৱা ছাত্ৰ নেতা সকলৰ সবিশেষ ৰাজহুৱা কৰিবলৈ সক্ষম হ’বনে?
⭕যাকলৈ শিৱসাগৰত চেপা উত্তেজনা অব্যাহত আছে

Leave A Reply

Your email address will not be published.