Breaking

চাহ জনগোষ্ঠীলৈ কেইটামান বিশেষ আঁচনি ঘোষণা ! Xযোগে মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে এই কথা…

0 18

চাহ জনগোষ্ঠীলৈ কেইটামান বিশেষ আঁচনি ঘোষণা
ATCLৰ চাহ শ্রমিকৰ বাবে ২০ শতাংশ বানচ
চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা


MBBSৰ বাবে ৩০খন আসন সংৰক্ষণ
মহিলা আত্মসহায়ক গোটলৈ ২৫,০০০ টকাকৈ আর্থিক সাহায্য


১১৮ খন মডেল স্কুল স্থাপন
Xযোগে মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে এই কথা

Leave A Reply

Your email address will not be published.