July 25, 2024 কোকৰাঝাৰত জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক… Share FacebookTwitterWhatsAppTelegramKooEmail কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড । জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক। আশা মল্লিক, দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা। শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয় এই হত্যাকাণ্ড। হত্যাকাৰী জোঁৱাই মানৱ সাহা বৰ্তমান পলাতক। Related Articles ২৯জানুৱাৰীৰ পৰা ৩০জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । Ranjit Kumar Das দৈনন্দিন বাৰ্তা - January 23, 2025 Magh Bihu 2025: ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক দৈনন্দিন বাৰ্তা - January 12, 2025 Assam Police: নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা উদ্ধাৰ নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দল দৈনন্দিন বাৰ্তা - January 8, 2025