Breaking

ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গেক অহা মাহৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ বাবে আমন্ত্ৰণ!

0 99

শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰত অহা মাহত ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ বাবে ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গেকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতালৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা বুলি একাধিক খবৰ প্ৰকাশ পাইছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু এইচ ডি দেৱেগৌদা, আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো আমন্ত্ৰণ জনোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৰাম মন্দিৰ। অনুষ্ঠানত উপস্থিত থাকিব ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

Leave A Reply

Your email address will not be published.