Breaking

T20 বিশ্বকাপৰ SUPER-8ত ছেমিফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকা…

0 20

T20 বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ৷

SUPER 8ত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ৷

DLS পদ্ধতিত ৩ উইকেটত জয়ী দক্ষিণ আফ্ৰিকা৷

ইতিমধ্যে গ্ৰুপ-২ৰ পৰা ছেমিফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডেও৷

Leave A Reply