Breaking

Vigen India: নাজিৰাত ভিগেন ইণ্ডিয়াৰ ২৬ সংখ্যক বৰ্ষপূৰ্তিৰ অনুষ্ঠানত উপস্থিত দক্ষিণ কোৰিয়াৰ চুং চি ঝা…

0 24

দৈনন্দিন বাৰ্তা ডিজিটেলঃ ভিগেন ইণ্ডিয়াই অতিক্ৰম কৰিলে গৌৰৱোউজ্জ্বল ২৬ টা বসন্ত। এই ২৬ সংখ্যক বৰ্ষপুতিৰ দিনটোত ভিগেন ইণ্ডিয়াই নাজিৰাস্থিত শ্ৰী শ্ৰী গোৱৰধনধাৰী গো-শালা প্ৰেক্ষাগৃহত আয়োজন কৰিলে ২৬ সংখ্য বৰ্ষপূৰ্তি অনুষ্ঠান। আয়োজিত অনুষ্ঠানটিত ভিগেন ইণ্ডিয়াৰ প্ৰতিস্থাপক তথা সঞ্চালিকা, দক্ষিণ কোৰিয়াৰ বাসিন্দা চুং চি ঝা উপস্থিত থাকে।

26th anniversary celebrations of Vigen India in Nazira

দিন যোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা উক্ত অনুষ্ঠানটিত নাজিৰা, যোৰহাট, শিৱসাগৰ, সোণাৰিৰ লগতে আন বহু প্ৰান্তৰ শতাধিক ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত দক্ষিণ কোৰিয়াৰৰ সঞ্চালিকা ক চুং-চি-ঝা ৰ লগতে অনুষ্ঠানটোত ভিগেন ইণ্ডিয়াৰ কেইবাগৰাকী বিষয়া ক্ৰমে CEO Mr. Sungon Park, Vigen India M.D Rebo Boruah, Vigen India R.D Anup Dihingia, Vigen India M.M Miss Porishmita Gogoi কে প্ৰমুখ্য কৰি বহুকেইজন গণমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.