Breaking

IIT গুৱাহাটীৰ গৱেষকৰ বিশেষ সাফল্য…

0 26

IIT গুৱাহাটীৰ গৱেষকৰ বিশেষ সাফল্য। মাইক্ৰ’ফ্লুইডিক্স ব্যৱহাৰ কৰি শস্যৰ উৎপাদন বৃদ্ধিৰ সফল সম্পৰীক্ষণ।

হাইড্ৰ’পনিক আৰু মাটিবিহীন কৃষি উৎপাদনত অধিক সহায়ক হ’ব মাইক্ৰ’ফ্লুইডিক্স। IIT গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগী অধ্যাপক

তথা স্কুল অৱ এগ্ৰো এণ্ড ৰুৰেল টেকন’লজিৰ সহযোগী অধ্যাপক প্ৰণৱ কুমাৰ মণ্ডলৰ নেতৃত্বত গৱেষকৰ এটা দলৰ এই সাফল্য

Leave A Reply

Your email address will not be published.