Breaking

লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

0 1,582

শুক্ৰবাৰে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লালুক মহাবিদ্যালয়ৰ পেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায় । বিশেষ সম্বৰ্ধনা অনুষ্ঠানটোত এই বৰ্ষত অঞ্চলটোৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি,জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া লগতে স্থানীয় শিক্ষানুষ্ঠানৰ মূৰব্বী আৰু সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকল।

Leave A Reply

Your email address will not be published.