Breaking

মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ, পদক আনিব নোৱাৰিলোঁঃ লাভলীনা বৰগোহাঁই…

0 20

সামাজিক মাধ্যম যোগে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰি বিশেষ পোষ্ট লাভলীনা বৰগোহাঁইৰ।

মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই এইবাৰ পদক আনিব নোৱাৰিলোঁ। বিশেষকৈ অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ; যিসকলে মোৰ বাবে সদায় প্ৰাৰ্থনা কৰে। মই আৰু অধিক কষ্ট কৰিম আৰু পূৰ্বৰ তুলনাত শক্তিশালী হৈ উভতি আহিম। আকৌ এবাৰ নতুনকৈ আৰম্ভণি কৰিম। এইদৰে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰে লাভলীনা বৰগোহাঁইয়ে।

Leave A Reply

Your email address will not be published.