ক্রীড়া-জগত

IPL 2025: কলকাতাত বৰষুণ! ইডেনত KKR-RCBৰ মেচ

পুৱাৰে পৰা কলকাতাৰ আকাশ ডাৱৰীয়া। বৰষুণো দি আছে। শুকুৰবাৰে বৰষুণৰ বাবে দুয়োটা দলৰ অনুশীলনও ব্যাহত হৈ পৰে। যদি বৰষুণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ খেলখন ব্যাহত হয় তেন্তে কি হ’ব?(IPL 2025)

IPL 2025: আজিৰে পৰা IPLৰ ১৮ সংখ্যক সংস্কৰণ

আজিৰে পৰা IPLৰ ১৮ সংখ্যক সংস্কৰণ।(IPL 2025)কলকাতাৰ ইডেন গার্ডেনত উদ্বোধনী মেচ হ'ব।

Riyan Parag: ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ’ব ৰিয়ান পৰাগ

IPLৰ মহাৰণত অসম সন্তান ৰিয়ান পৰাগৰ বিশেষ অৱদান।(Riyan Parag)ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ'ব ৰিয়ান পৰাগ।IPLৰ প্ৰথম তিনিখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে।

WPL 2025 Final: মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ, এই দলৰ সদস্য আছিল অসম কন্যা জিণ্টিমণি কলিতা

পুনৰ মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ। দিল্লী কেপিটেলছক ৮ ৰানত পৰাজিত কৰাৰ পাছতে আনন্দ-উল্লাহ মুম্বাই ইণ্ডিয়ানছৰ। এই দলৰে সদস্য আছিল অসমৰ জিণ্টিমণি কলিতা।(WPL 2025 Final)

Virat Kohli: কোহলীৰ ক্ষোভ ! TVৰ ক্ৰীড়া অনুষ্ঠানত খেল বা খেলুৱৈৰ কথাহে কোৱাৰ প্ৰয়োজন

কোহলীয়ে বিচাৰে যে ক্ৰীড়া অনুষ্ঠানৰ আলোচনা নিৰ্দিষ্ট বিষয়ত সীমাবদ্ধ হওক। খেলৰ কথা বা খেলুৱৈৰ কথা কওঁক। তেওঁৰ মতে, ক্ৰিকেটাৰসকলে নিজৰ ব্যক্তিগত পছন্দ-অপছন্দৰ কথা ক’ব নালাগে।(Virat Kohli)

Popular