ক্রীড়া-জগত

Mising Olympics: গোগামুখত ১৫ মেগা ইভেন্টত ৩০০০ প্ৰতিযোগীৰে মিচিং অলিম্পিক

মিচিং জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আসক্তি বৃদ্ধি কৰা আৰু মাদকদ্ৰব্য বা নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবৰ বাবে আৰম্ভ কৰা মিচিং অলিম্পিকে(Mising Olympics) এইবাৰ দ্বিতীয় সংস্কৰণত ভৰি দিলে৷

KL Rahul: মোক নিজৰ মতে ক্রিকেট খেলিবলৈ স্বাধীনতা লাগে: কে এল ৰাহুল

'মোক নিজৰ মতে ক্রিকেট খেলিবলৈ স্বাধীনতা লাগে। নতুন দল এটা লাগে য'ত স্বতন্ত্রতা আছে। সুস্থ পৰিৱেশত মই IPL খেলিব খোজোঁ। সেইবাবে মই এইবাৰ LSG এৰিছোঁ। কে এল ৰাহুলৰ এই মন্তব্য।(KL Rahul)

Sanjay Bangar Son Transformation: আৰিয়ান বাংগাৰ হ’ল আনায়া বাংগাৰ! প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ লিংগৰ পৰিৱৰ্তন

প্ৰতি বছৰে বহু লোকে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ সহায়ত লিংগ পৰিৱৰ্তন কৰে, শেহতীয়া ঘটনাটো হৈছে প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ সন্তানৰ।(Sanjay Bangar Son Transformation)

Asmita Rugby Women’s League: অস্মিতা ৰাগবী ওমেনচ লীগত তামুলপুৰ চেম্পিয়ন

ৰাগবী ইণ্ডিয়াৰ সৌজন্যত ছাইৰ তত্বাৱধানত অসম ৰাগবী সন্থাৰ সহযোগত তথা তামুলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত ৯-১০ নবেম্বৰত অস্মিতা ৰাগবী ওমেনচ লীগ(Asmita Rugby Women's League) গোৰেশ্বৰ(Goreswar) ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়।

Assam Weightlifting Association: বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম ভাৰোত্তোলন সন্থাৰ সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

অসম ভাৰোত্তলন সন্থাৰ(Assam Weightlifting Association) চলিত বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাত নতুন কার্যনির্বাহক সমিতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।

Popular