Breaking

Browsing Category

ক্রীড়া-জগত

অসমৰ দুই খেলুৱৈৰ বাবে চাকৰিৰ প্ৰস্তাৱ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…

অসমৰ দুই খেলুৱৈ আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই দিলে চাকৰিৰ প্রস্তাৱ। সমগ্ৰ অসমৰ লগতে ভাৰতত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত সফল প্ৰদৰ্শনেৰে সকলোৰে মন জয় কৰিছে অসমৰ দুগৰাকী সাঁতোৰবিদ আস্থা
Read More...

লিটন দাসৰ অনবদ্য প্ৰদৰ্শন সত্বেও বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ বিজয় টীম ইণ্ডিয়াৰ

উৎকণ্ঠাৰ অন্তত বাংলাদেশৰ বিৰুদ্ধে বিজয় লাভ কৰিলে টীম ইণ্ডিয়াই। এডিলেইড অভেলত অনুষ্ঠিত হোৱা বৰ্ষাবিঘ্নিত মেচখনত ৬ ৰাণত জয়লাভ কৰে ভাৰতে। ইয়াৰ দ্বাৰা টি২০ বিশ্বকাপৰ চেমিফাইনেলত প্ৰৱেশ কৰাৰো সহজ হৈ পৰিল ভাৰতৰ বাবে। ভাৰতৰ এই জয়ৰ মূলতে হ’ল
Read More...

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ…

 বিশ্বকাপত কাইলৈ বাংলাদেশৰ মুখামুখি হ’ব টীম ইণ্ডিয়া৷ সেই লৈ ক্ৰিকেটানুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলা দেখা গৈছে৷ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অপেনিং বেটাৰ কে এল ৰাহুল৷ ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷
Read More...

এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ?বিশ্বকাপৰ মাজতে কিয় চৰ্চা হৈছে…

এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ? টীম ইণ্ডিয়াৰ দুই যুঁজাৰু শক্তিক ২০২৪ চনৰ টি২০ বিশ্বকাপত দেখা পোৱা নাযাব নেকি? বিশ্বকাপ আৰু নেখেলে নেকি বিৰাট-ৰোহিতে? বিশ্বকাপ চলি থকাৰ মাজতে এই প্ৰশ্নৰ
Read More...

ধোনীৰ বাবে দক্ষিণ আফ্ৰিকাৰ লগত হাৰিল টীম ইণ্ডিয়া-অজয় জাডেজা

মহেন্দ্ৰ সিং ধোনীৰ বাবে দক্ষিণ আফ্ৰিকাৰ লগত হাৰিল টীম ইণ্ডিয়া! খেলপথাৰত ধোনীক দেখা নাপালেও কিংম্বদন্তি ক্ৰিকেটাৰজনৰ বাবেই ভাৰত হাৰিছে। এই মন্তব্য কৰিলে প্ৰাক্তন তাৰকা অজয় জাডেজাই। অৱশ্যে ব্যংগাত্মকভাৱেহে জাডেজাই এইদৰে মন্তব্য কৰিছে।
Read More...

বিশ্বকাপ চলি থকাৰ মাজতে আতংকিত হৈ পৰিছে বিৰাট কোহলী। তেওঁৰ হোটেলৰ  কোঠাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে…

কোহলীৰ অজ্ঞাতত কেইবাজনো লোকে হোটেলৰ কোঠাত সোমাই এই ভিডিঅ’সমূহ কৰিছে। তাৰপাছতে ঘটনাটোত আতংকিত হৈ কোহলীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। তাত দেখা গৈছে যে কেইবাজনো লোক হোটেলৰ কোঠালিটোলৈ সোমাই গৈছে। কোহলীৰ ব্যক্তিগত সামগ্ৰীসমূহৰ
Read More...

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ পৰাজয়ৰ পিছত ক্ষোভ প্ৰকাশ কৰিছে হৰভজন সিঙে; “এই দুজন…

টি-২০ বিশ্বকাপ ২০২২ত দেওবাৰে ভাৰত ৫ উইকেটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ভাৰতৰ প্ৰাক্তন অফ স্পিনাৰ হৰভজন সিঙে টীম ইণ্ডিয়াৰ প্লেয়িং ইলেভেনৰ বাছনিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। পাৰ্থৰ আড়ম্বৰপূৰ্ণ পিটচত টীম ইণ্ডিয়াই প্ৰথমে বেটিং
Read More...

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ টি২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়িলে কোহলীয়ে

টি২০ বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। দক্ষিণ আফিকাৰ বিৰুদ্ধে কৰা ১২ ৰাণৰ সৰু ইনিংছটোৰ দ্বাৰা এই অভিলেখ গঢ়িবলৈ সক্ষম হয় তেওঁ। কোহলীৰ পূৰ্বে শ্ৰীলংকাৰ মাহেলা জয়াবৰ্ধনে টি২০
Read More...

পাৰ্থত আজি দক্ষিণ আফ্ৰিকাৰ দ্ৰুত বলাৰৰ সন্মুখত কেনেদৰে মোকাবিলা কৰিব টীম ইণ্ডিয়াই?

দক্ষিণ আফ্ৰিকাৰ দলটোত আছে বিশ্বৰ দুজন আটাইতকৈ ভয়ংকৰ দ্ৰুত বলাৰ কাগিছ’ ৰাবাডা আৰু এনৰিখ নৰ্টজে, যিয়ে এই দ্ৰুত আৰু বাউন্সি পিটচত ভাৰতীয় বেটছমেনসকলক পৰীক্ষা কৰিব। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰত আৰু দক্ষিণ আফ্ৰিকা
Read More...

দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই। কে এল ৰাহুলৰ ঠাইত ঋষভ পণ্টে সুযোগ পাবনে?…

টি-২০ বিশ্বকাপৰ খেলখন কাইলৈ ​​অৰ্থাৎ ৩০ অক্টোবৰত পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ এদিন আগতে টিম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথৰে সংবাদমেলত বহু প্ৰশ্নৰ উত্তৰ দিছিল। দুয়োখন মেচতে জয়লাভ কৰি
Read More...