Breaking

Browsing Category

ক্রীড়া-জগত

কমনৱেলথ গেমছৰ পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ ফাইনেলত ভাৰতৰ অবিনাশ মুকুন্দ চেবলে ৰূপৰ পদক লাভ ….

কমনৱেলথ গেমছৰ পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ ফাইনেলত ভাৰতৰ অবিনাশ মুকুন্দ চেবলে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । চেবলে তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠআৰু
Read More...

স্বাধীনতা দিৱস ফুটবল প্ৰতিযোগিতাত ইউনাইটেড-মৰ্ণিং এফ চি পৰৱৰ্তী ৰাউণ্ডত…

ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ থকা স্বাধীনতা দিব কাপ ফুটবল প্ৰতিযোগিতাত গোগামুখ ইউনাইটেড এফ চি আৰু গোগামুখ মৰ্ণিং এফ চিয়ে পৰবৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷ গোগামুখ মহাবিদ্যালয় এফ চি
Read More...

হিমাক কেন্দ্ৰ কৰি এটা পদকৰ আশা কৰিছিল সকলোৱে, কিন্তু হতাশ হ’ল হিমাৰ ভাৰতীয় অনুৰাগী…

কমনৱেলথ গেমছৰ মহিলাৰ ২০০ মিটাৰৰ ছেমিফাইনেলৰ পৰা বিদায় ধিং এক্সপ্ৰেছ হিমা দাসৰ দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈয়ো কেৱল ০.০১ চেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।
Read More...

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপল চৌধুৰীৰ ব্ৰঞ্জৰ পদক অৰ্জন…

কলম্বিয়াৰ কেলিত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপল চৌধুৰীয়ে 51.85 ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়ৰ সৈতে মহিলাৰ 400 মিটাৰত ব্ৰঞ্জৰ পদক জিকিছে। চলিত ২০২২ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ ৰূপল চৌধুৰীয়ে তৃতীয় স্থান লাভ
Read More...

বাৰ্মিংহামত কমনৱেলথ গেমচত দৌৰাৰ আগমুহূৰ্তত হিমা দাসৰ ঘৰৰ দৃশ্য এয়া…

বাৰ্মিংহামত কমনৱেলথ গেমচৰ ২০০ মি ইভেন্টত আজি হিমা দাসে ২৩•৪২ চেকেণ্ড সময়ত প্ৰথম স্থান অধিকাৰ কৰি কোৱালিফাই হয়। হিমা দাসে দৌৰাৰ আগমুহূৰ্তত হিমা দাসৰ এয়া ঘৰৰ দৃশ্য। হিমাৰ পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই উৎকণ্ঠাৰে দৃষ্টি নিক্ষেপ কৰিছে টিভিৰ
Read More...

CWG ত মহিলাৰ শাখাৰ ২੦੦ মিটাৰ দৌৰ সাফল্যৰে ছেমিফাইনেলত প্ৰৱেশ অসম কন্যা হিমা দাস…

বাৰ্মিংহামত ২੦੦ মিটাৰৰ সাফল্যৰে ছেমিফাইনেলত প্ৰৱেশ অসম কন্যা হিমা দাস।
Read More...

২০১৮ চনত বহুতো তাৰকা খেলুৱৈয়ে ভাৰতৰ হৈ এক মহান খেল খেলিছিল! এই ৪ জন খেলুৱৈৰ এজনে অৱসৰ গ্ৰহণ কৰিছে!…

এছিয়া কাপ ২০২২ত টীম ইণ্ডিয়া: ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে ২০১৮ চনত এছিয়া কাপৰ খিতাপ জিকিছিল। তেতিয়া 4 জন খেলুৱৈয়ে ভাৰতৰ হৈ খুব ভাল প্ৰদৰ্শন কৰিছিল, কিন্তু এইবাৰ এই খেলুৱৈসকলক খুব কমেই খেলিথকা দেখা গৈছে। ইয়াৰে এজন খেলুৱৈয়ে অৱসৰ
Read More...

পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতা ধেমাজি জিলা পৰ্যায়ত গোগামুখ নলবাৰী চেম্পিয়ন

সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগা পিলিক চৌধুৰী আন্তঃজিলা ১৪ বছৰ অনুৰ্ধ্বল ধেমাজি জিলা ভিত্তিত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাত গোগামুখ মিংমাং নলবাৰী হাইস্কুল চেম্পিয়ন হৈছে৷ আজি গোগামুখ নগৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত
Read More...

দেৰগাঁৱৰ নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত যুৱতীৰ সকলক ভলীবলৰ প্ৰশিক্ষণ…

দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ নপমুৱাত নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত এজাক যুৱতীৰ মাজত অনুষ্ঠিত হৈছে ভলীবল প্ৰশিক্ষণ । ব্ৰহ্মপুত্ৰ পাৰৰ যুৱতী সকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে এই ভলীবল প্ৰশিক্ষণ অনুষ্ঠিত
Read More...

অসম যুৱ অলিম্পিকত মৰিয়নীৰ নাম উজ্জ্বলাই অনা পদকপ্ৰাপ্ত খেলুৱৈক “আছু”ৰ সম্বৰ্ধনা…

২৩ জুলাইৰ পৰা ২৭ জুলাইলৈকে গুৱাহাটীৰ সৰুহোজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি স্বৰ্ণ,ৰূপ, ব্ৰঞ্জ পদক জয় কৰি মৰিয়নীলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈক সম্বৰ্ধনা জনাই মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই৷ মৰিয়নী
Read More...