Breaking

Browsing Category

ক্রীড়া-জগত

সুদক্ষ ফুটবলাৰ-প্ৰশিক্ষক নৱ প্ৰজন্মৰ আদৰ্শ স্বৰূপ দেৱজিৎ শৰ্মা

সন্মুখত সুনিদিষ্ট লক্ষ্য আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে একাগ্ৰ মন, কঠোৰ সাধনা তথা তপস্যা থাকিলে বাস্তৱিকতে যে সকলো কামেই সম্ভৱ সেয়া জীৱন কালত সফলতা অৰ্জনকাৰী প্ৰতিজনৰ জীৱন পৰিক্ৰমা বিচাৰ-বিশ্লেষণ কৰিলে সেয়া সহজে অনুধাৱন কৰিব পাৰি । কি
Read More...

টুপামাৰীত দিবা-নৈশ ভলীবলৰ ‌সফল সামৰণি

কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰীত বৰতলা ডাইমণ্ড ক্লাবৰ উদ্যোগত টুপামাৰী আঞ্চলিক মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে দিবানৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়। ১৬ আৰু ১৭ নবেম্বৰ দুদিনীয়া ইন্টাৰ ভিলেজ পৰ্যায়ৰ
Read More...

আইচিচি ক্ৰিকেট সমিতিৰ নতুন অধ্যক্ষ গাংগুলী

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক আইচিচি পুৰুষ ক্ৰিকেট সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। খেল পৰিচালনা সমিতিয়ে ১৭ নৱেম্বৰত এই কথা ব্যক্ত কৰে। গাংগুলীয়ে সহকৰ্মী ভাৰতীয় অনিল কুম্বলেৰ স্থান ল'ব, যি সৰ্বাধিক তিনি বছৰৰ কাৰ্যকালৰ পিছত
Read More...

ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়াৰ বৃহৎ দল

গুৱাহাটীস্থ দেশভক্ত তৰুণৰাম ফুকন ইন্দ'ৰ ষ্টেডিয়ামত অহা ২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতালৈ ৰঙিয়া জিলা কাৰাটে সন্থাই ১০০ জনীয়া এটি বৃহৎ দল প্ৰেৰণ কৰিব ৷তথ্য অনুসৰি এই প্ৰতিযোগিতাখন চাব জুনিয়ৰ
Read More...

আজিৰ দিনটোতই ক্ৰিকেটৰ পৰা বিদায় লৈছিল তেণ্ডুলকাৰে

নিউজ ডেস্কঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ১৬ নৱেম্বৰ ২০১৩ তাৰিখ আজিৰ দিনটোতেই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈছিল। এইদিনটো আছিল, আঠ বছৰ আগতে, যেতিয়া মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনাইছিল। তেণ্ডুলকাৰৰ
Read More...

গোগামুখ স্পৰ্ট্‌ছ্ একাডেমী ফাইনেলত

মিচিং জাতীয় সংগঠন টি এম পিকেৰ উদ্যোগত ধেমাজি জিলাৰ মাছখোৱাৰ ব্লক খেলপথাৰত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণি মূলক প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা ছেমিফাইনেলত গোগামুখ স্পৰ্টছ্ একাডেমীয়ে গ’লৰ বন্যা বোৱাই ডিব্ৰুগড় নীলাচল এফ চিক
Read More...

দুলীয়াজান ৰজা আলি ফুটবল দল ছেম্পিয়ন

টিংৰাই শাখা ছাত্ৰ সন্থাৰ উদ্যোগত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত স্থানীয় টিংৰাই ৰাজহুৱা খেলপথাৰত যোৱা ৩ নৱেম্বৰৰ পৰা অনুষ্টিত হোৱা ৩৫ সংখ্যক শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা- ২০২১ বৰ্ষৰ কাৰ্যসূচী যোৱা ১৪ নৱেম্বৰত সফল সামৰণি
Read More...

দেওমৰনৈ ভলীবল দলৰ খিতাপ দখল

দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দৰং জিলা ভিত্তিত অনুষ্ঠিত শ্বহীদ চিত্ত গোস্বামী সোঁৱৰণী প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা দেওবাৰে অনুষ্ঠিত হয় ৷ ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন
Read More...

অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলৰ বিজয় উদযাপন

অষ্ট্ৰেলিয়া হিচাপে বিশ্বই টি-২০ বিশ্বকাপৰ ৰূপত নতুন চেম্পিয়ন লাভ কৰিছে। মেথিউ ৱেড আৰু মাৰ্কাছ ষ্টইনিছ এই বিজয়ত অভিভূত হৈ নৃত্য কৰে।টি-২০ বিশ্বকাপৰ ফাইনেলত কেংগাৰুসকলে নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰে।
Read More...

টি-২০ বিশ্বকাপ ফাইনেলঃ এনজেড বনাম এইউএছ

নিউজিলেণ্ড, অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপ ফাইনেলত ইতিহাস বিচাৰিছে। দেওবাৰে খিতাপ সংঘৰ্ষত নিউজিলেণ্ডে অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। ব্লেককেপাৰ সকলে তেওঁলোকৰ বছৰটোৰ দ্বিতীয় আইচিচি খিতাপ জয় কৰাৰ লক্ষ্য ৰাখিব। ইফালে, অষ্ট্ৰেলিয়াই তেওঁলোকৰ
Read More...