Breaking

Browsing Category

ক্রীড়া-জগত

এজন জেষ্ঠ্য কৰ্মচাৰীক শাৰিৰীক আৰু মানসিক ভাৱে অপদস্থ

যি সময়ত চৰকাৰে কৰ্মচাৰী সকলৰ জীবন আৰু নিৰাপত্তাক লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে গুৱাহাটীস্থ পৰিবহণ আয়ুক্ত কাৰ্যালয়ত এজন জ্যেষ্ঠ কৰ্মচাৰীক শাৰীৰিক আৰু মানসিক ভাৱে অপদস্থ কৰাক লৈ সৰ্বত্ত প্ৰতিবাদৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে
Read More...

১৪নবেম্বৰত ওৰাঙত ক্ৰিকেট প্ৰতিযোগিতাৰ শুভ আৰাম্ভনী অনুষ্ঠান

ওদালগুৰি জিলাৰ অগ্ৰণী ক্ৰীড়া সংঘ জেনিথ ক্লাবৰ উদ্যোগত অহা নবেম্বৰ মাহৰ ১৪ তাৰিখৰ পৰা ওৰাঙৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয়ৰ ষ্টেডিয়ামত T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি ব্যাপক হাৰত আৰম্ভ কৰা হৈছে।
Read More...

৪১ সংখ্যক Guwahati District Physical Culture Association -ৰ সামৰণি

*৪১ সংখ্যক Guwahati Dristrict Physical Culture Association -ৰ সামৰণি * ২ দিনীয়া কাৰ্যসূচীৰে খাৰঘুলিত অনুষ্ঠিত হয় এই খেল * য'ত খেলুৱৈৰ সংখ্যা আছিল ১৫০ জন * ইক্যুইৱ আৰু আনইক্যুইৱ দুটা বিভাগত অনুষ্ঠিত হয় * ইক্যুইৱ শাখাত
Read More...

নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত টিম ইণ্ডিয়াৰ চূড়ান্ত বেটিং ব্যৰ্থতা

টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পাছত নিউজিলেণ্ডৰ হাতটো পৰাস্ত হ’ল ভাৰত । ছেমি ফাইনেলৰ আশাত প্ৰায় চেচাঁপানী পৰিল কোহলী বাহিনীৰ। দেওবাৰে টচত জিকি নিউজিলেণ্ডে লৈছিল প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত । মেচখনৰ বাবে ভাৰতে কিছু
Read More...

সংখ্যক পুৰণি ভেৰগাঁ‌ও দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত বিজয়ী নাওবান্ধা চানৰাইজ এফ চি দল

ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত পুৰণি ভেৰগাঁ‌ও জনতা সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা ২ সংখ্যক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল ৩১ অক্টোবৰ দেওবাৰে নিশা পুৰণি ভেৰগাঁ‌ও খেলপথাৰত অনুষ্ঠিত কৰা হয়।উল্লেখ্য যে পুৰণি ভেৰগাঁ‌ৱৰ
Read More...

মৰিগাঁৱত আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে হাফ মাৰাথন দৌৰ আয়োজন

 আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে মৰিগাঁও জিলাৰ আৰক্ষী  সৌজন্যত হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা  আয়োজন কৰে ।হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হয়। হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা বঘৰা চাৰিআলিৰ  পৰা আৰম্ভ হৈ আৰক্ষী ৰিজাভত শেষ
Read More...

ওদালগুৰিৰ পুৰণি থানাত ৩ নৱেম্বৰত আন্ত জিলা বক্সিং চেম্পিয়নশ্বিপ আয়োজন

ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত, ওদালগুৰি জিলা বক্সিং এচ'চিয়েশন আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত অহা ২নবেম্বৰৰ পৰা ৩ নবেম্বৰলৈ দ্বিতীয় বাৰ্ষিক আন্ত জিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি পুৰণি থানাত অনুষ্ঠিত কৰিবলৈ আয়োজন
Read More...

বজালীত কাৰাটে ড’ৰ দুদিনীয়াকৈ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ সম্পন্ন

বজালীত কাৰাটে ড’ৰ উদ্যোগত আৰু বৰপেটা জিলা কাৰাটে সন্থাৰ সৌজন্যত জিলা ভিত্তিক প্ৰশিক্ষণ দুদিনীয়া প্ৰশিক্ষণ ২৩ আৰু ২৪ অক্টোবৰত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হৈ যায়।প্ৰথম দিনা এই উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন
Read More...

ৰাজহুৱা পুখুৰীত অনুশীলন কৰি স্বৰ্ণ বুটলিলে গোলাঘাটৰ সাঁতোৰবিদে

ৰাজহুৱা পুখুৰীত সাতোঁৰৰ অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণপদক অৰ্জন কৰিলে গোলাঘাটৰ সাঁতোৰবিদে জনঞ্জয় শইকীয়াই।  ক'ভিড পৰিস্থিতিত পুল বন্ধ হোৱা স্বত্তেও কিন্তু এই সাঁতোৰবিদ জনে বন্ধ কৰা নাছিল  অনুশীলন । তেনে পৰিস্থিতিত  গোলাঘাটৰ
Read More...

টি-২০ ডব্লিউচি ভাৰত বনাম পাক: বাৰাণসীৰ গংগা আৰতিয়ে বিজয়ৰ বাবে প্ৰাৰ্থনা কৰে

আজি ভাৰতে টি-২০ বিশ্বকাপ যাত্ৰা আৰম্ভ কৰিবলৈ গৈ আছে। সমগ্ৰ দেশৰ বাবে প্ৰথমখন খেলখনে ফাইনেলৰ দৰে একে শিহৰণ দিবলৈ গৈ আছে। খেলখন ভাৰত বনাম পাকিস্তান। সকলোৱে এই খেলখনৰ বাবে অপেক্ষা কৰি আছে আৰু ভাৰতৰ বিজয়ৰ বাবে কেইবাটাও প্ৰাৰ্থনা আৰম্ভ
Read More...