Breaking

Browsing Category

ক্রীড়া-জগত

ফুটবলৰ উন্নতি আৰু সংযোগ শীৰ্ষক অভিলাষী আঁচনি

গ্ৰামাঞ্চলৰ ল'ৰা-ছোৱালীসমূহক ক্ৰীড়া-সংস্কৃতি, শিক্ষাকে ধৰি অন্যান্য  বিভিন্ন ক্ষেত্ৰত দীৰ্ঘ দিনৰে পৰা জনপ্ৰিয় উদ্যোগিক প্ৰতিষ্ঠান উজনিৰ অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে  ৰাইজক সহায়-সহযোগিতা আগবঢ়ায়ই আহিছে। এইবাৰ অগ্ৰণী প্ৰতিষ্ঠান অইল
Read More...

ৰাষ্ট্ৰীয় গেমচলৈ নিৰ্বাচিত দৰঙৰ চম্পক ডেকা

দৰং জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তগৰ্ত ভূড়াৰগড় গাওঁ পঞ্চায়ত এলেকাৰ বাঘৰবাৰী গাঁৱৰ যাদৱ ডেকা আৰু বুলু ডেকাৰ একামাত্ৰ পুত্ৰ চম্পক ডেকাই আগন্তুক ৰাষ্ট্ৰীয় গেমছত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে স্থান লাভ কৰাত স্হানীয় ৰাইজৰ মাজত
Read More...

ভেৰগাঁ‌ও আঞ্চলিক এবছুৰ উদ্যোগত ১৪ বাৰ্ষিক মহিলা ফুটবল চেম্পিয়নশ্বিপ।

দালগুৰি জিলা ভেৰগাঁ‌ও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁ‌ও আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত ৫ অক্টোবৰ মঙ্গলবাৰে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভাৰম্ভণি কৰে।"৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হব লগা মহিলা ফুটবল
Read More...

দেৰগাঁৱত এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক্ বক্সিং এছচিয়েছনৰ বেল্ট প্ৰদান অনুষ্ঠান

দেৰগাঁৱৰ পূৱ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এজন উদিয়মান যুৱকে গ্ৰামাঞ্চলত গঢ়ি তুলিছে ক্ৰীড়াৰ অনন্য পৰিৱেশ। বাঁহগুৰি গাঁৱৰ এই যুৱক জন হৈছে সৌৰভ পাছুং।দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত স্নাতক চতুৰ্থ চেমিষ্টাৰত অধ্যয়নৰত এই জন উদ্যমী যুৱকে গাওঁ খনত গঢ়ি
Read More...

ওদালগুৰিত অনুষ্ঠিত দ্বিতীয় জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ সামৰণি

কণ কণ ল'ৰা ছোৱালীৰ মাজতো বৃদ্ধি পাইছে যোগৰ প্ৰতি আকৰ্ষণ। তাৰে প্ৰমাণ হ'ল ওদালগুৰিত। দেওবাৰে ওদালগুৰিত ' দ্বিতীয় জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা- ২০২১' অনুষ্ঠিত কৰা হয়। ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সৃষ্টি
Read More...

মৰিগাওঁ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ‘Mega Fit India Freedom Run’

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া মুহূৰ্ত্ব স্মৰণীয় কৰিবৰ বাবে গ্ৰহণ কৰা 'আজাদী কা অমৃত মহোৎসৱ' শীৰ্ষক কাৰ্য্যসূচী উপলক্ষে আজি মৰিগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত মেগা ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি
Read More...

জেৰেভক হৰুৱাই ফাইনেলত জক’ভিচ

এটা কেলেণ্ডাৰ গ্রেণ্ডশ্লাম পূর্ণ কৰিবলৈ আৰু মাত্র এটা জয়ৰ প্রয়োজন বিশ্বৰ শীর্ষ বাছনিৰ ছার্বিয়াৰ ন’ভাক জক’ভিচক৷ চলিত বর্ষৰ চতুর্থ তথা অন্তিমটো সন্মানীয় গ্রেণ্ডশ্লাম ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে এটা
Read More...

টেবুল টেনিছ সন্থাৰ সভাপতি পীয়ূষ হাজৰিকা

জলসম্পদ আৰু জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকা অসম টেবুল টেনিছ সন্থাৰ নতুন সভাপতি নিযুক্ত হৈছে৷ শনিবাৰে অনুষ্ঠিত সন্থাৰ বার্ষিক সাধাৰণ সভাত হাজৰিকাক সভাপতি মনোনীত কৰা হয়৷ উল্লেখ্য যে প্রাক্তন সভাপতি মৃগাংক বর্মনে প্রায় এমাহ পূর্বে পদত্যাগ
Read More...

ডলাগ্ৰেণ্ট কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজন্যত চাৰিদিনীয়া ফুটবল খেল প্ৰতিযোগীতা।

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত ডলাগ্ৰেণ্ট গাঁওৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজন্যত আজি চাৰিদনীয়া ফুটবল খেল প্ৰতিযোগীতাৰ সুভৰাম্ভণি কৰে।।ডলাগ্ৰেণ্ট গাঁ‌ৱৰ খেলপথাৰত অনুষ্ঠিত কৰা
Read More...

চৰাইদেউৰ সাপেখাতীত হেণ্ডবল প্ৰশিক্ষণ শিবিৰৰ উদ্ধোধন

চৰাইদেউ জিলা সাপেখাতীৰ পুলিবাৰী খেল পথাৰত পুলিবাৰী উদয়ন সংঘৰ উদ্যোগত আৰু চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ সহযোগত  এখনি ২২ দিনীয়া হেণ্ডবল প্ৰশিক্ষণ শিবিৰ শুভ উদ্বোধন কৰে  ।  অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে উদয়ন সংঘৰ সভাপতি দিলীপ কুমাৰ 
Read More...