Breaking

Browsing Category

ক্রীড়া-জগত

এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ ব্ৰঞ্জ পদক প্ৰাপ্ত জাওখাম দিলী চিংফৌ

অলিম্পিকত জয়ী হৈ ভাৰতৰ খেলুৱৈসকলে যি গৌৰৱৰ কঢ়িয়াই আনিলে সমগ্ৰ ভাৰতবৰ্ষত আজিও উলহ মালহৰ পৰিবেশে বিৰাজ কৰি থকা অৱস্থাতে ভাৰতবৰ্ষৰ অন্যতম ৰাজ্য অৰুণাচলৰ চাংলাং জিলাৰ  বৰডুমচাৰ লৈ আহিল শুভ সংবাদ। এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ 
Read More...

বিহালী জনতা ষ্টেডিয়াম নিৰ্মাণৰ স্থান পৰিদৰ্শন বিধায়ক ৰঞ্জিত দত্তৰ

বিহালী বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ  প্ৰাক্তন কেৱিনট মন্ত্ৰী ৰঞ্জিত দত্ত সদ্যঘোষিত জনতা ষ্টেডিয়াম নিৰ্মাণৰ বাবে শনিবাৰে প্ৰথম লানি কামৰ  ক্ষেত্ৰভ্ৰমণ কৰে সহকাৰী অভিযন্তা যাদৱ চন্দ্ৰ নাথ ,কনিষ্ঠ অভিযন্তা  উত্তম কুমাৰ
Read More...

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ একালৰ সতীৰ্থ পশ্চিম নলবাৰীৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থানেশ্বৰ সাউদ

ক্ৰীড়াৰে জীৱন পাত কৰা তথা  শয়নে সপোনে ক্ৰীড়াকে হিয়াৰ আমুঠু হিচাপে গ্ৰহন কৰা পশ্চিম নলবাৰীৰ পানীগাঁওৰ থানেশ্বৰ সাউদ। শৈশৱ কালৰে পৰা শিক্ষকতা জীৱনৰ চাকৰী  অবসৰ  গ্ৰহন কৰাৰ  পিছতো ক্ৰীড়াৰে জীৱন চৰ্চা কৰা এই গৰাকী প্ৰবীন খেলুৱৈ আজি
Read More...

অশ্ৰুসিক্ত নয়নেৰে অনুশীলন শিবিৰলৈ ৰাওনা লাভলীনা বৰগোহাঁই

টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ বিশ্ব ইতিহাসৰ এটি বৰ্ণিল অধ্যায় আজুৰি অনা অসম কন্যা লাভলীনা বৰগোহাঁই ৰাওনা হ'ল বেংগালুৰুলৈ বুলি। সুদীৰ্ঘ এটা বছৰৰ পিছত 17 আগষ্টত ওপজা ঘৰখনত ভৰি দিয়া বক্সিং কন্যাগৰাকী মাত্ৰ কেইটামানহে
Read More...

লেখাপানীৰ হাছাকত বক্সিং প্ৰশিক্ষণ শিবিৰ মুকলি

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাছাক জাতীয় বিদ্যালয় খেল পথাৰত লিডু বক্সিং একাডেমিৰ উদ্যোগত ১ মহীয়া  প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে । প্ৰশিক্ষক প্ৰশিক্ষক বাবলু গড়ৰ নেতৃত্বত প্ৰদান কৰা হব বিনামূলীয়া বক্সিং
Read More...

এইবাৰ লাভলীনাৰ লক্ষ্য পেৰিছ অলিম্পিক

টকিঅ' অলিম্পিকত মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰা লৌহকন্যা লাভলীনাৰ এইবাৰ লক্ষ্য পেৰিছ অলিম্পিক।পুনৰ বক্সিঙৰ ৰিঙত নামিব লাভলীনা।অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলীনাক অনুশীলনত ব্যাঘাত জন্মাইছে। ঘৰ এৰি
Read More...

মাৰাথান দৌৰ প্ৰতিযোগিতাৰে উদ্দীপ্ত চ’ৰাৰ উদ্যোগত ৩৮ সংখ্যক অভিৰুচি দিৱস উদ্‌যাপন

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সোণৰ পদকেৰে  অৰ্জুন বঁটা বিজয়ী  ভোগেশ্বৰ বৰুৱাই প্ৰথম ব্যক্তি আৰু  জাতিৰ গৌৰৱ আছিল ; শিৱসাগৰৰ জয় সাগৰ পুখুৰীৰৰ অঞ্চলত  ৩ চেপ্তেম্বৰত  জন্ম গ্ৰহণ কৰা এই মহান খেলুৱৈ গৰাকীৰ  ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে
Read More...

চতিয়াত নাগশংকৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰীড়া ষ্টেডিয়াম উদ্ধোধন

চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত নাগশংকৰত আজি এখন ক্রীড়া ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী শ্রীপীযুষ হাজৰিকা, সাংসদ শ্রীপল্লৱ লোচন দাস বিধায়ক ক্ৰমে শ্রীপদ্ম
Read More...

অলিম্পিয়ান লালৰেমচিয়ামীক হকীৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি অনুমোদন মিজোৰাম চৰকাৰৰ

মিজোৰাম চৰকাৰে টকিঅ' অলিম্পিয়ান লালৰেমচিয়ামীক হকীৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াত অনুমোদন জনায়।বৃহস্পতিবাৰে সন্ধিয়া মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই এই কথা ঘোষণা কৰে হকী তাৰকা লালৰেমচিয়ামী মিজোৰামৰ একমাত্ৰ খেলুৱৈ আছিল যিয়ে
Read More...

মুছলপুৰত এছ এছ বিৰ উদ্যোগত ফিট ইণ্ডিয়া মুভমেণ্ট কাৰ্যসূচী ৰূপায়ণ

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী ভূটানখুটীস্থিত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ২৭ নং বেটেলিয়নৰ এ কোম্পানীৰ উদ্যোগত আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ফীট ইণ্ডিয়া মুভমেণ্ট শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়
Read More...