Breaking

Browsing Category

ক্রীড়া-জগত

টকিঅ’ অলিম্পিকত সম্পূর্ণৰূপে ব্যর্থ হয় ভাৰতীয় শ্বুটাৰ

মঙলবাৰে অনুষ্ঠিত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনত দুর্বল প্রদর্শন আগবঢ়ায় ভাৰতৰ ঐশ্বর্য প্রতাপ সিং ট’মাৰ আৰু সঞ্জীৱ ৰাজপুতে৷আছাকা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ইভেণ্টটোৰ ফাইনেললৈ উন্নীত হোৱাত ব্যর্থ ট’মাৰ আৰু ৰাজপুতে৷ কোৱালিফিকেচন ৰাউণ্ডত ট’মাৰে
Read More...

নাজিৰাত টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি…

টকিঅ' অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি প্ৰজ্বলন কৰিলে নাজিৰা জিলা ক্ৰীড়া সন্থাই । অসম অলিম্পিক সন্থাই জনোৱা আহ্বানত নাজিৰা নাট্য মন্দিৰৰ সমুখত "এক ঐতিহাসিক বিজয়ৰ অপেক্ষাত" সমগ্ৰ অসমে বিচৰাৰ
Read More...

আজি দেশলৈ উভতিব অলিম্পিক পদক জয়ী মীৰাবাঈ চানু

বিয়লি দিল্লীত উপস্থিত হ’ব মীৰাবাঈ চানু টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে জয় কৰিছিল প্ৰথমটো পদক মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত লাভ কৰে ৰূপৰ পদক
Read More...

দেৱালত চিত্ৰ অংকন কৰি লাভলীনালৈ শুভকামনা জনোৱা হ’ল টীয়কত

 ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো অসম সন্তান লাভলীনা বৰগোঁহাই(Lovelina Borgohain)ক লৈ উচাহৰ ঢল বৈছে । টকিঅ’ অলিম্পিক(Tokyo olympic)ত পদক অৰ্জনৰে যাতে লাভলীনাই অসমলৈ গৌৰৱ কঢ়িয়াই আনে তাৰ বাবে খেলুৱৈ গৰাকীক শুভেচ্ছা জনোৱাৰ
Read More...

নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ উদ্যোগত “Cheer 4 India Run Tokyo Olympic, 2020”

আজি নেহৰু যুৱ কেন্দ্ৰ সংগঠন উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ ব্যৱস্থাপনাত কামৰূপৰ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আই আই টি, গুৱাহাটী খেলপথাৰলৈ "Cheers 4 India Run Tokyo Olympic 2020’' শীৰ্ষক শুভেচ্ছামূলক দৌৰ
Read More...

ট’কিঅ অলিম্পিকত ভাৰতে অৰ্জন কৰিলে প্ৰথমটো পদক

টকিঅ’ অলিম্পিক ২০২০ত ভাৰতৰ প্ৰথমটো পদক অৰ্জন কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰীয়ে। মণিপুৰৰ মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে টকিঅ’ত। ভাৰ উত্তোলনেৰে ৰূপ জয় মণিপুৰৰ খেলুৱৈগৰাকীৰ। চীনৰ ঝিহু হৌৱে স্বৰ্ণ লাভ কৰে। চানুৱে সফলতাৰে ৮৪
Read More...

প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰি প্ৰি – কোৱাৰ্টাৰত লাভলীনা

প্ৰি – কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ মুখামুখি হ’ব জাৰ্মানীৰ নান্দিন আপেটছৰ বিৰুদ্ধে। অহা ২৭ জুলাইত হ’ব লাভলীনা – নান্দিনৰ মেচ। উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকলৈ ন গৰাকী ভাৰতীয় বক্সাৰে যোগ্যতা অৰ্জন কৰিব সক্ষম হৈছে। ইয়াৰে চাৰি গৰাকী মহিলা আৰু
Read More...

এছ.এছ.বি.ৰ আন্তঃ ইউনিট ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন

লালপুৰস্থিত ২৩নং এছ এছ বি বেটেলিয়নৰ সৌজন্যত ১৯জুলাইৰ পৰা কাবাডী, বক্সিং, বেডমিণ্টন, ফুটবল, ক্ৰিকেটৰ দৰে বিভিন্ন আন্ত: ইউনিট ক্ৰীড়া প্ৰতিযোগিতা ২৩নং বিএন এছএছবি লাপুলত আৰম্ভ কৰা হৈছে, উক্ত প্ৰতিযোগিতাত চেক্টৰ মুখ্য কাৰ্যালয় বেজপাৰাৰ
Read More...

অলিম্পিয়ান বক্সাৰ লাভলিনা বৰগোহাঁইৰ গৃহত প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী,লাভলীনাৰ পিতৃ-মাতৃক…

টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা অসম গৌৰৱ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ বাসগৃহত মঙ্গলবাৰে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ'জলিনা তিৰ্কী উপস্থিত হয়।গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ গৃহত সমষ্টিটোৰ প্ৰাক্তন বিধায়িকা ৰ'জলিনা
Read More...

বুকুত অযুত সপোন বান্ধি টকিঅ’ত লাভলীনাঃ অসমবাসীৰ শুভকামনা লাভলীনাৰ শিৰত

বিশ্বৰ সর্বশ্রেষ্ঠ ক্রীড়াবিদৰ শ্রেষ্ঠত্ব অর্জনৰ যুঁজ অলিম্পিক৷ শতাব্দী প্রাচীন এই অলিম্পিক গেমছক কোৱা হয় বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ৷ প্রতি চাৰি বছৰৰ মূৰে মূৰে আয়োজিত অলিম্পিকৰ সুবৃহৎ মঞ্চত পদক জয়েৰে দেশ আৰু জাতিলৈ গৌৰৱ কঢ়িওৱাৰ
Read More...