Breaking

Browsing Category

ক্রীড়া-জগত

শুৱালকুছিত স্বাক্ষৰ অভিযানেৰে লাভলীনালৈ শুভেচ্ছা

জাপানৰ টকিঅ'ত ২৩ জুলাইৰ পৰা আৰম্ভ হ'ব বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক। টকিঅ অলিম্পকলৈ ইতিমধ্যে ৰাওনা হৈছে ভাৰতীয় ক্ৰীড়াবিদসকল।অসমক বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত উজলাই তুলিবলৈ আসন্ন অলিম্পিকত বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই। বক্সাৰ
Read More...

অলিম্পিকগামী লাভলীনাক লৈ উচাহৰ ঢল বোকাখাত জে ডি এছ জি মহাবিদ্যালয়তঃ

অহা ২৩ জুলাইত আৰম্ভ হব টকিঅ' অলিম্পিক গেমছ ২০২০। ভাৰতীয় দলৰ স'তে যাব অসমৰ একমাত্ৰ খেলুৱৈ, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰী তথা অৰ্জুন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে। ইয়াকে লৈ সমগ্ৰ গোলাঘাট জিলাৰ লগতে বোকাখাত জে ডি এছ জি
Read More...

বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাইঃ

 আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ গোলাঘাটৰ একমাত্ৰ খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰি বোকাখাতৰ লগতে অসম বাসীৰ বাবে সুখৰ কঢ়িয়াই আনিছে বোকাখাতৰ সুসন্তান বিশাল চাংমায়ে । প'লেণ্ডত অনুষ্ঠিত হব লগীয়া বিশ্ব যুৱ আৰ্চাৰী
Read More...

বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি

ভাৰতীয় ক্ৰিকেটৰ ৰূপ ৰেখা সলনি কৰা গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব ছবি, কিন্তু দাদাৰ চৰিত্ৰত থাকিব কোন? ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব এখন ছবি। প্ৰায় দুবছৰ ধৰি এই চৰ্চা চলি
Read More...

সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন।

সীমান্ত ক্ৰীড়া মহোৎসৱ অসম প্ৰদেশৰ সংবাদমেল সম্বোধন। দেওবাৰে সৰুসজাই ষ্টেডিয়ামৰ কনফাৰেন্স হ'লত সীমান্ত ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক সুজল বৰদলৈ, সভাপতি ড° বিনীতা ভাগৱতী আৰু প্ৰকাশন সচিব প্ৰিয়ংকা পালিতে এখন সংবাদমেল
Read More...

১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব ভাৰতৰ প্রথমটো অলিম্পিক দল

টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত ভাৰতৰ বৃহৎ দল এটাই অংশগ্রহণ কৰিব৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ বাবে ভাৰতৰ ৯০জনীয়া দল এটা অহা ১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব বুলি
Read More...

অলিম্পিকৰ গেম ভিলেজত ক’ভিডৰ আতংক

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী থকা অৱস্থাত টকিঅ’ অলিম্পিকৰ গেম ভিলেজত ক’ভিড–১৯এ আতংকৰ সৃষ্টি কৰিছে৷ স্থানীয় উদ্যোক্তা কমিটীয়ে  প্রকাশ কৰা অনুসৰি গেম ভিলেজৰ তত্ত্বাৱধানৰ সৈতে জড়িত দুগৰাকী কর্মী
Read More...

এসময়ত সৌৰভ গাংগুলীক বল কৰিছিল, পেটৰ তাড়নাত এতিয়া চাহ-ঘুগুণীৰ দোকান দিয়ে তেওঁ!

"প্ৰকাশ ভগৎ" অসমৰ শিলচৰৰ এগৰাকী প্ৰতিভাশালী ক্ৰিকেটাৰ আছিল। এসময়ত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বিপক্ষে নেট প্ৰেক্টিছত বলিঙো কৰিছিল তেওঁ। নেট প্ৰেক্টিছত সৌৰভ গাংগুলীয়ে এইগৰাকী অসমৰ খেলুৱৈক কাষতে বিচাৰিছিল। সেয়া আছিল ২০০৩ চনৰ
Read More...

টকিঅ’ অলিম্পিকত ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ…

আগন্তুক টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলক 'Chef De Mission' হিচাপে নেতৃত্ব দি আগুৱাই নিব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমৰ বাবে এয়া নিতান্তই এক গৌৰৱৰ বিষয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে
Read More...

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন সূদক্ষ ভলীবল খেলুৱৈ জয়ন্তৰ জয় কেতিয়া ? সংস্থাপনৰ অনুৰোধ ক্ৰীড়াপ্ৰেমী…

অসমৰ ভলীবল জগতত অতি জনপ্ৰিয় চিনাকী নাম প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ জয়ন্ত শৰ্মা। যাৰ শিৰা-উপশিৰাত ধাৱবান হৈ আছে ভলীবলৰ তেজ। পুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈ ভলীবলৰ বাহিৰে অইন চিন্তা নাই জয়ন্তৰ। প্ৰতিদিনে ভলীবলৰ নতুনত্ব বিচাৰি ফুৰা জয়ন্তৰ
Read More...