Breaking

Browsing Category

ক্রীড়া-জগত

এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান

এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান১৯৯৮ চনত বেংককত অনুষ্ঠিত সংস্কৰণত এছিয়ান গেইমছৰ স্বৰ্ণ বিজয়ী বেণ্টমৱেট বক্সাৰ নাংগোম ডিংকো সিঙৰ বৃহস্পতিবাৰে মৃত্যু হয়।ডিংকোৱে কেইবা বছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি
Read More...

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ মহিলা বক্সাৰ লাভলিনা

অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে। তাৰ লগে লগে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপৰে ইতিহাস ৰচনা কৰিলে
Read More...

অলিম্পিক উপভোগ কৰিবলৈ দর্শকক লাগিব নিগেটিভ ক’ভিড ৰিপ’ৰ্ট

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক উপভোগ কৰিবলৈ ক’ভিড–১৯ টেষ্টৰ নিগেটিভ ৰিপ’ট অথবা টিকাকৰণৰ ৰিপ’ট লগত লৈ যাব লাগিব ক্রীড়ানুৰাগীয়ে৷ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱে অনিশ্চয়তাৰ গৰাহলৈ ঠেলি দিয়া অলিম্পিকত বিদেশী দর্শকৰ উপস্থিতি
Read More...

এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এই সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত…

আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এছিয়ান বক্সিঙৰ ৬৪ কেজি শাখাত ৰূপৰ পদক লাভ শিৱ থাপাৰ।ডুবাইত চলি থকা চেম্পিয়নশ্বীপৰ ফাইনেলত মংগোলীয়ান বক্সাৰৰ হাতত পৰাস্ত হয় শিৱ।মংগোলীয়ান বাটাৰচুক চিনজোৰিগৰ হাতত
Read More...

এছিয়ান বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত মেৰী কম আৰু সাক্ষীৰ

২৮ মে' ২০২১ঃ ছয়বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতৰ তাৰকা মহিলা বক্সাৰ মেৰীকম আৰু দুবাৰৰ বিশ্ব যুৱ চেম্পিয়ন সাক্ষী চৌধুৰীয়ে বৃহস্পতিবাৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত তেওঁলোকৰ স্থান নিশ্চিত কৰে।মেৰীয়ে ৫১ কিলোগ্ৰামৰ ছেমিফাইনেল বাউটত ৪-১
Read More...

আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপে উজ্বলাই তুলিছে অসম তথা দেশৰ ক্ৰীড়াক্ষেত্ৰ

নলবাৰী জিলাত আন্তৰ্জাতিক খেলুৱৈৰ সংখ্যা তেনেই তাকৰ। তাৰে ভিতৰত জ্ঞানদ্বীপ কলিতা এজন অন্যতম খেলুৱৈ। নিজৰ সাহস, একাগ্ৰতা আৰু গভীৰ আত্মবিশ্বাসকে তেওঁ মূলধন হিচাপে লৈ বিভিন্ন দেশত নিজৰ পাৰদৰ্শীতা ডাঙি ধৰি ৰাজ্য তথা দেশলৈ সন্মান কঢ়িয়াই আনিবলৈ
Read More...

ভাৰত ৰত্ন শচীনৰ ৪৮ তম জন্মদিন

৪৮ বছৰীয়া হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া তাৰকা 'ভাৰত ৰত্ন' শচীন তেণ্ডুলকাৰ। ১৯৭৩ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা শচীনে যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে কিন্তু আজিও দেশ আৰু পৃথিৱীত তেওঁৰ প্ৰতি আগ্ৰহ হ্ৰাস হোৱা নাই।
Read More...

ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন

অসম চাহ জনজাতি ছাত্ৰ সন্হা (আটছা )কেন্দ্রীয় সমিতিৰ নিৰ্দেশমৰ্মে  আটছা আঠাবাৰী উপ-শাখাৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যায় এক মাৰথান দৌৰ প্ৰতিযোগিতা। ইয়াৰ কলিয়াপানী চাহ বাগিচাৰ ৰাজহুৱা খেল পথাৰৰ পৰা আৰম্ভ কৰা মাৰথান দৌৰ আঠাবাৰী চেতিয়া গাওঁৰ
Read More...

গীতা-ববিতাৰ ভগ্নী ৰিতিকা ফোগাতৰ আকিস্মক মৃত্যু

কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী গীতা ফোগাত আৰু ববিতা ফোগাতৰ খুড়া ছোৱালী (ভনী) ৰিতিকা ফোগাতৰ মৃত্যু হৈছে। আজি এই খবৰ টুইটযোগে নিশ্চিত কৰে দুই ভগ্নীয়ে। খবৰ অনুসৰি ১৭ বছৰীয়া ৰিতিকা যোৱা সপ্তাহত ভাৰতপুৰত এখন কুস্তি প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা
Read More...

ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰিত বুমৰাহ বিবাহ পাশত আবদ্ধ

ভাৰতীয় পেচাৰ যশপ্ৰিত বুমৰাহে টিভি উপস্থাপক সজানা গণেশনৰ সৈতে সামাজিক মাধ্যমত এটা মিঠা পোষ্টৰ সৈতে তেওঁৰ বিয়াৰ কথা ঘোষণা কৰিছে। বৰ্তমান সজানা এখন ক্ৰীড়া চেনেলৰ উপস্থাপক। ইয়াৰ আগত তেওঁ ডেটিং ৰিয়েলিটি শ্ব' স্প্লিটচভিলাৰ অংশ
Read More...