Breaking

Browsing Category

ক্রীড়া-জগত

চলিত বৰ্ষৰ শেষৰ ফালে খেলো ইন্ডিয়া ২০২১

চলিত বৰ্ষৰ শেষৰ ফালে কর্ণাটকত অনুষ্ঠিত হ'ব দ্বিতীয় খেলো ইন্ডিয়া ২০২১ । কেন্দ্রীয় ক্রীড়া মন্ত্রী কিৰেণ ৰিজিজুয়ে এই বিষয়ে ঘােষণা কৰি কয় যে, 'ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ সহযােগিতাত দেশৰ সর্ববৃহৎ এই বিশ্ববিদ্যালয় ক্রীড়া প্রতিযােগিতা
Read More...

সদৌ অসম ভিত্তিত স্বৰ্গদেউ চ্যাওলুং চ্যুকাফা সোৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন

নাজিৰা টাউন স্পৰ্চ ক্লাৱ আৰু কেন্দ্ৰীয় ক্লাৱৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত স্বৰ্গদেউ চ্যাওলুং চ্যুকাফা সোৱৰণীত চলন্ত ট্ৰফী আৰু প্ৰাইমনি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । অহা ২৪
Read More...

অইল ইণ্ডিয়া লিমিটেডৰ পৃষ্ঠপোষকতাত-সম্বন্বয় স্পৰ্টচ একাডেমীৰ উদ্যোগত লাইপুলিত দুদিনীয়াকৈ গ্ৰাম্য…

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ পৃষ্ঠপোষকতাত , সম্বন্বয় স্পৰ্টচ একাডেমীৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদ, বৃহত্তৰ লাইপুলি- ডিমৰুগুৰী গাঁওবাসীৰ সহযোগত লাইপুলি ইণ্ডিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৮
Read More...

ডুমডুমাত বিশাল আয়োজনেৰে লাচিত কাপ ২০২১

ক্ৰীড়া হৈছে জাতিৰ গৌৰৱ দেশৰ ভৱিষ্যত। ক্ৰীড়াৰ দ্বাৰা এজন খেলুৱৈৰ দৈহিক গঠনৰ লগতে মানসিক উতকৰ্ষও সাধন কৰে। এই কথা সাৰোগত কৰি ভাৰত তথা বিশ্বৰ ক্ৰীড়া জগতত অসমৰ ভলীবল খেলৰ প্ৰতিভাই উচ্চ আসন অলংকৃত কৰাৰ মানসেৰে অসম ভলীবল সংস্থাৰ তত্বাৱধানত,
Read More...

মুক্তিযুজাৰু শৰৎ চন্দ্ৰ শৰ্মা সোঁৱৰণী দিবানৈশ ভলীবল প্ৰতিযোগীতা

গ্ৰামাঞ্চলৰ প্ৰতিভাসমুহ বিকাশৰ অৰ্থে এখন মঞ্চ দিয়াৰ স্বাৰ্থত জামুগুৰি ক্ৰীড়া সন্থাই প্ৰতিবছৰেই অনুষ্ঠিত কৰি অহা ভলীবল প্ৰতিযোগীতাখনি এইবেলিও ১৪ ফেব্ৰুৱাৰীৰ দিনটোত অনুষ্ঠিত হয়৷মুক্তিযুজাৰু শৰৎ চন্দ্ৰ শৰ্মা সোঁৱৰণী দিবানৈশ ভলীবল
Read More...

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ১০০০গৰাকী খেলুৱৈক আৰ্থিক অনুদান প্ৰদান

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা ৰাজ্যৰ বহুসংখ্যক খেলুৱৈক আৰ্থিক অনুদান প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ । ১০০০গৰাকী খেলুৱৈক আৰ্থিক অনুদান প্ৰদান কৰা হয় অনুষ্ঠানটোত । বিমলা প্ৰসাদ চলিহা ছুইমিং
Read More...

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ আজি প্ৰথমখন খেল

চেন্নাইৰ ঐতিহাসিক এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চাৰিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল । খেলখন পুৱা চাৰে ৯ বজাত আৰম্ভ হৈছে । এইখন খেল হৈছে কৰোনা মহামাৰীৰ বাবে প্রায় এবছৰৰ ব্যৱধানত ভাৰতত
Read More...

তেজপুৰত সদৌ অসম আন্তঃজিলা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ

ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ অনুষ্ঠিত “আমাৰ খেল আমাৰ উৎসৱ” - এই বাণী সাৰোগত কৰি অসমৰ পৰা হেৰাই যাব খোজা পৰম্পৰাগত খেল সমূহক পুণৰুদ্ধাৰৰ চেষ্টা চলাইছে “অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্হা”ই ৷ তেজপুৰৰ হজৰাপুখুৰীত ৰাজ্যৰ ভিতৰত প্ৰথম বাৰলৈ
Read More...

জামুগুৰিহাটৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ সাফল্য

যোৱা ২,৩ আৰু ৪ জানুৱাৰীত কলিয়াবৰত অনুষ্ঠিত ১ম অল আছাম অল ষ্টাইল ফুল কন্টেক্ট মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ ২০২১ প্ৰতিযোগীতাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ ৪ গৰাকী খেলুৱৈৱে পদক লাভ কৰি অঞ্চলটিলৈ সুনাম কঢ়িয়াই
Read More...

বেংমৰা কাপ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

বেংমৰা ক্ৰীড়া মঞ্চৰ উদ্যোগত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তত্বাৱধানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু লেজাইহোলা জানমুখ যুৱ সংঘৰ সহযোগত ২৬ ডিচেম্বৰ পৰা অনুষ্ঠিত বেংমৰা কাপ ২০২০ ফুটবল
Read More...