Breaking

Browsing Category

ক্রীড়া-জগত

শনিবাৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহিত আইপিএল : ২০১৯ৰ বিশ্বকাপৰ পাচত প্ৰথমবাৰলৈ খেলপথাৰত ধোনী

দৈনন্দিন বাৰ্তা ডেস্ক : কৰ’না ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰৰ আইপিএল শনিবাৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহিত অনুষ্ঠিত হ’ব ৷ ১৩ সংখ্যক আইপিএলৰ উদ্বোধনী মেচখন তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু চাৰিবাৰৰ চেম্পিয়ন মুম্বাই
Read More...

চেঞ্চুৰী মাৰিলে ৰোনাল্ডোৱে

অনলাইন বাৰ্তা : এইবাৰ চেঞ্চুৰী মাৰিলে ৰোনাল্ডোৱে ৷ বিশ্বৰ দ্বিতীয় ফুটবলাৰ হিচাপে ৰাষ্ট্ৰীয় দলৰ হৈ এশ গ’ল দি নজিৰ গঢ়িলে 'চি আৰ ছেভেন'-এ ৷ দেশৰ জাৰ্ছীত ৰোনাল্ডই ১০১ টা গ’ল পাছতে আছে পেলেৰ ৭৭, মেচিৰ ৭০ ৷ মাৰাদোনাৰ গ’লৰ সংখ্যা বহু কম ৷
Read More...

আইপিএলৰ সূচী ঘোষণা : ১৯ ছেপ্টেম্বৰত উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ

অনলাইন বাৰ্তা : আইপিএলৰ দুটা সৰ্বাধিক সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলেৰে চলিত বৰ্ষৰ আইপিএলৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব ৷ বিচিচিআই-এ দেওবাৰে এইবাৰৰ আইপিএলৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰে ৷ উল্লেখ্য যে এই দুয়োটা দলেই ২০১৯ চনৰ
Read More...

অনুষ্ঠুপীয়াকৈ গুৱাহাটীত ৩৭ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

গুৱাহাটী : অসমৰ ক্ৰীড়া ইতিহাসৰ নমস্য ক্ৰীড়াবিদ প্ৰথম গৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন ৩ ছেপ্টেম্বৰত আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ ৩৭ তম বাৰ্ষিকী গুৱাহাটীত অনুষ্ঠুপীয়াকৈ উদযাপন কৰা হয় ৷ সম্প্ৰতি মহামাৰী কৰোনা সংক্ৰমণৰ বাবে আজি গুৱাহাটী
Read More...

অনলাইন দবা অলিম্পিয়াডৰ ফাইনেলত ভাৰত : টাইব্ৰেকত ভাৰতৰ হাতত পৰাস্ত পোলেণ্ড

দৈনন্দিন বাৰ্তা ডেস্ক : পোলেণ্ডক টাইব্ৰেকত পৰাস্ত কৰি ভাৰত ফাইনেলত উপনীত হ’ল অনলাইন দবা অলিম্পিয়াডত৷ ভাৰত মেচখনত ২-১ত জয়ী হয়৷ এই ক্ষেত্ৰত সম্পূৰ্ণ কৃতিত্ব কনেৰু হাম্পিৰ৷ নিয়মীত খেলত দুয়োটা দলেই এটা এটা ৰাউণ্ডত জিকিছিল৷ তাৰ পাচত বিশ্ব ৰেপিড
Read More...

ভিডিঅ’ কলেৰে অৰ্জুন বঁটা গ্ৰহণ লাভলীনাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : যদি পৰিস্থিতি স্বাভাৱিক হয়, তেন্তে তেওঁ দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা সন্মানিত অৰ্জুন পুৰস্কাৰ গ্ৰহণ কৰিলেহেতেন ৷ শনিবাৰে অসমৰ ২২ বছৰীয়া বক্সাৰ লাভলীনা বৰগোহাঁইয়ে পিপিই পৰিধান কৰি পাটিয়ালাৰ পৰা
Read More...

ক’ৰোনাৰ বাবেই প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ ভাৰ্চুৱেল অনুষ্ঠান : পুৰস্কাৰ প্ৰাপ্তৰ সম্পূৰ্ণ…

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ভাৰ্চুৱেল অনুষ্ঠানৰ যোগেদি সন্মানিত কৰা হ’ল ভাৰতীয় ক্ৰীড়াবিদক৷ এই মহামাৰীত খেলুৱৈসকলৰ আত্মবিশ্বাস ভাঙি নপৰে তাত বিশ্বাস ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷ বৰং সংক্ৰমণৰ পাচত
Read More...

দুৰৱৰ্ত্তী পুৰস্কাৰ : বিভিন্ন ছাই কেন্দ্ৰত উপস্থিত থাকি অংশ ল’ব ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ক্ৰীড়াবিদে

দৈনন্দিন বাৰ্তা ডেস্ক : এই বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত সামাজিক দূৰত্ব অতিৰিক্ত মাইল হ’ব পাৰে ৷ ২৯ আগষ্টত অনুষ্ঠানৰ সময়ত তেওঁলোকৰ নামবোৰ ঘোষণা কৰা হ’ব ৷ বঁটা প্ৰাপকে ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ অভ্যন্তৰত ৰঙা দলিচাত প্ৰথাগত খোজ দিবলৈ
Read More...

নগাঁৱৰ ছাত্ৰীৰ বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস

নগাওঁ : নগাঁৱৰ পহুকটাৰ ছাত্ৰী তিতিক্ষা মধুকল্য যোগাসনৰ জৰিয়তে Cholan book of world record (UN)ৰ তৰফৰ পৰা বিশ্ব অভিলেখ গঢ়িবলৈ বাচনিত উত্তীৰ্ণ হৈছে। আজি পুৱা ১০ বজাৰ পৰা নগাঁৱৰ শংকৰ মিচনৰ সভাকক্ষত তিনি ঘণ্টা বত্ৰিশ মিনিট যোগাসন কৰি বিশ্ব
Read More...

ৰোহিত শৰ্মাসহ ৪ ক্ৰীড়াবিদলৈ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে বিচিচিআই-এ নাম দিছিল ৰোহিত শৰ্মাৰ৷ সেই অনুসৰি ভাৰতীয় অপেনাৰজনক এই সন্মানৰ বাবে বাচনি কৰে স্প’ৰ্টছ এৱাৰ্ড কমিটিয়ে ৷ তালিকাত ৰোহিত শৰ্মাৰ লগতে আছে আন তিনিগৰাকী ভাৰতীয় এথলেটৰ নাম ৷
Read More...