ক্রীড়া-জগত

টেষ্ট ক্ৰিকেটৰ ইতিহাসত ৪৫০টা উইকেট দখল কৰি দ্বিতীয় দ্ৰুততম বলাৰ হিচাপে পৰিগণিত হৈছে অশ্বিন

নাগপুৰত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত এই কৃতিত্ব অৰ্জন কৰি আজি ভাৰতৰ অল ৰাউণ্ডাৰ ৰবিচন্দ্ৰ অশ্বিনে টেষ্ট ক্ৰিকেটত ৪৫০ উইকেট দখল...

মহিলা আই পি এল নিলামৰ বাবে নিৰ্বাচিত অসমৰ দুই কন্যা

মহিলা আই পি এল নিলামৰ বাবে নিৰ্বাচিত অসমৰ দুই কন্যা অসমৰ এই দুই কন্যা নাম হৈছে উমা চেত্ৰী আৰু জিন্টিমণি কলিতা। ১৩ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া...

ট্ৰেক্টৰেৰে হাল বোৱাত ব্যস্ত মহেন্দ্ৰ সিং ধোনী…

কিছুসময়ৰ পূৰ্বে শ্বেয়াৰ কৰা এটা নতুন ভিডিঅ’ত ধোনীয়ে ট্ৰেক্টৰ চলাই ৰাঁচীৰ নিজৰ ফাৰ্ম হাউচৰ পথাৰত হাল বাই থকা দেখা গৈছে।দুবছৰৰ ব্যৱধানৰ পিছত পুনৰ ইনষ্টাগ্ৰামত...

পুনৰ খেল পথাৰত ঋষভ পণ্ট! ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাত ঋষভে খেলিবনে? পণ্টৰ এটা ইনষ্টাগ্ৰাম পোষ্ট…

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ৯ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰত অনুষ্ঠিত হ’ব। এই খেলৰ পূৰ্বে টিম ইণ্ডিয়াৰ তাৰকা উইকেট কীপাৰ বেটছমেন ঋষভ পন্তৰ...

খেলৰ মাজতে অনুৰাগীয়ে শুবমান গিলক ছাৰা আলী খান বুলি জোকালে বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া চাওক…

কিছুদিনৰ পৰা ক্ৰিকেটাৰ শুভ্মান গিলৰ সৈতে ছাৰা আলী খানৰ নাম জড়িত হৈ আছে। ভাৰতৰ এখন খেলৰ সময়ত ষ্টেডিয়ামত ৰাইজে ‘ছাৰা’ৰ নামৰে শুবমানক জোকাবলৈ আৰম্ভ...

Popular