ক্রীড়া-জগত

১৫ বছৰৰ পাছত পাকিস্তানত ভৰি দিব ভাৰতীয় ক্ৰিকেট দলে , চিন্তা -চৰ্চা চলিছে বোর্ডৰ মাজত

ৰাজনৈতিক কাৰণত পাকিস্তান আৰু ভাৰতে ইজনে সিজনৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা খেলা নকৰে। বিশ্বকাপ বা এছিয়া কাপৰ দৰে প্ৰতিযোগিতাত কেৱল ভাৰত বনাম পাকিস্তানৰ মেচহে উপলব্ধ।...

BCCI সভাপতি পদৰ পৰা শীঘ্ৰেই পদত্যাগ কৰিব পাৰে সৌৰভ গাংগুলীয়ে

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি পদৰ পৰা অচিৰেই পদত্যাগ কৰিব পাৰে ভাৰতীয় প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে। এই বিষয়টো বৰ্তমান ছ’চিয়েল মিডিয়াত...

গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় গেমছত মহিলা বক্সিঙত অসম কন্যা লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৰ স্বৰ্ণ পদক জয়…

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম কন্যা লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়ো। অসমৰ দুয়োগৰাকী মহিলা বক্সাৰে ইতিমধ্য়ে জয় কৰিছে স্বৰ্ণ পদক।  লাভলীনা বৰগোঁহাইয়ে গুজৰাটত অনুষ্ঠিত ৩৬...

এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাক ২-১ গ’লত পৰাস্ত কৰে ভাৰতীয় দলে। ইয়াৰ পিছতে ড্ৰেছিং ৰুমত তীব্ৰ নৃত্য ভাৰতীয় খেলুৱৈ! ছ’চিয়েল মিডিয়াত ভাইৰেল সেই ভিডিঅ’…

ভাৰতীয় খেলুৱৈ সকলে ডালেৰ মেহেন্দীৰ গীতত নৃত্য কৰে, এনেদৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি উদযাপন কৰে।এদিনীয়া শৃংখলাত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাক ২-১ গ’লত পৰাস্ত কৰে।...

বলীউডত নতুনকৈ আত্মপ্ৰকাশ কৰিব ক্ৰিকেটাৰ শিখৰ ধাৱানে, হুমা কুৰেছিৰ সৈতে কি চিনেমাৰ যো-জা চলাইছে শিখৰ ধাৱানে?

শিখৰ ধাৱানে হুমা কুৰেছিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবক্ৰিকেটৰ উপৰিও, শিখৰ ধাৱানে এতিয়া নতুন কামত হাত দিবলৈ গৈ আছে আৰু তেওঁ এনে কৰা এখন ফটো...

Popular