ক্রীড়া-জগত

হাৰ্ডিক পাণ্ডিয়া আৰু বেন ষ্টোকছৰ মাজত সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ কোন জানেনে আপুনি?

প্ৰাক্তন নিৰ্বাচকজনে কৈছিল- 'এনেদৰে নাভাবিব।' ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ সৈতে এখন টি-২০ শৃংখলা খেলি আছে। প্ৰথম খন খেলত অষ্ট্ৰেলিয়াই টীম ইণ্ডিয়াক ৪ উইকেটত পৰাস্ত কৰে।...

অক্টোবৰ মাহত সাধাৰণ সভা, বিচিচিআইৰ শীৰ্ষ পদত কোন থাকিব ?

৭ অক্টোবৰত বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ’ব। সচিব জয় শ্বাহে এক অধিসূচনাত কয় যে এইবাৰৰ সাধাৰণ সভা মুম্বাইত হ’ব। ক্ৰিকবাজ নিউজ অনুসৰি বিচিচিআইৰ...

ভুৱনেশ্বৰ কুমাৰক ট্ৰ’ল কৰা সকলক কি ক’লে পত্নী নুপুৰ নগৰে…

‘আজিকালি মানুহ নেতিবাচক হৈ পৰিছে’, সমালোচকক তীব্ৰ সমালোচনা কৰে ভুৱনেশ্বৰ কুমাৰৰ পত্নী নুপুৰ নগৰে। অতি দুৰ্বল ফৰ্মৰ সৈতে সংগ্ৰাম কৰিছিল ভাৰতৰ তাৰকা বলাৰ ভুৱনেশ্বৰ...

2023 ত পুনৰ সলনি হ’ব বিশ্বৰ আটাইতকৈ চহকী ক্ৰিকেট লীগৰ আই পি এলৰ ফৰ্মেট! এই কথা নিশ্চিত কৰিলে সৌৰভ গাংগুলীয়ে

অহা বছৰ পুনৰ সলনি হ’ব বিশ্বৰ আটাইতকৈ চহকী ক্ৰিকেট লীগৰ আই পি এলৰ ফৰ্মেট।অহা বছৰৰ পৰা IPL ফৰ্মেট সলনি হ’ব বুলি নিশ্চিত কৰিলে সৌৰভ...

ঋষভ পন্ত খেলৰ লগতে তেওঁৰ বিলাসী জীৱনৰ বাবেও জনাজাত…

টীম ইণ্ডিয়া: এই খেলুৱৈজনৰ ২৪ বছৰ বয়সত কোটি টকাৰ সম্পত্তি আছে, মুঠ মূল্যত প্ৰাক্তন সকলৰ সৈতে প্ৰতিযোগিতা কৰেভাৰতীয় খেলুৱৈবিলাসী জীৱনশৈলী। টীম ইণ্ডিয়াৰ শক্তিশালী উইকেটকিপাৰ...

Popular